বহাগী - BOHAGI | বিহুৰ প্ৰেম আৰু আবেগ | Axomiya Kanya | Assamese Short Film
Автор: Axomiya Kanya
Загружено: 2025-04-28
Просмотров: 277166
জয় আই অসম
নমস্কাৰ ৰাইজ,
মই "Axomiya Kanya " — আপোনালোকৰ বাবে সমাজত ঘটি থকা বাস্তৱ ঘটনাবোৰ, বিশেষকৈ মহিলা সকলৰ ওপৰত হোৱা অন্যায় আৰু সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি Video বনাবলৈ চেষ্টা কৰিছোঁ।
মোৰ উদ্দেশ্য হৈছে — মোৰ Video ৰ জৰিয়তে সমাজৰ ভুল ধাৰণাবোৰ সলনি কৰা আৰু মহিলা সকলে অধিক সচেতন আৰু সন্মানজনক জীৱন লাভ কৰিব পৰা পথ দেখুওৱা।
আপোনালোকৰ সহায়তা মোৰ বাবে অতি মূল্যবান। আপোনালোকে Channel টো Subscribe কৰি মোৰ এই উদ্যোগত অংশ ল’ব পাৰে।
যোগাযোগৰ বাবে:
✉️ Business Inquiry: axomiyakanyabussines@gmail.com
মোৰ অন্যান্য Channel সমূহ:
Vlog Channel: @RajlakshmiVlog
Hindi Channel: @rajlaxmiofficiall
Dance Channel: @rajlaxmibarmandance
আমাৰ Social Media:
Instagram: axomiyakanya
Facebook: Rajlaxmi Barman
আপোনালোকৰ ধন্যবাদ আৰু আশীৰ্বাদ মোৰ আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা।
---
#BOHAGI #BihuShortFilm #BohagBihu #AssameseShortFilm #BihuFestival #AssamCulture #AssameseTradition #BihuCelebration #BihuDance #EmotionalShortFilm
#axomiyakanya #rajlaxmiofficial #kolisuwali #axomiyakoina
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: