Mur Aabege Jodi Tomar ... Durgamayee Bora (Bhuyan)
Автор: LAKSHYA JYOTI BHUYAN
Загружено: 2019-07-09
Просмотров: 7903
গীতিকাৰ : হিমাদ্ৰি দেৱী
সুৰকাৰ : জ্যোতিনাথ চক্ৰৱৰ্তী
কণ্ঠশিল্পী : দুৰ্গাময়ী বৰা (ভূঞা)
সংগীত পৰিচালনা/সম্পাদনা :
লক্ষ্যজ্যোতি ভূঞা
সংগীত ব্যৱস্থাপনা : বিষ্ণু কলিতা
মিশ্ৰণ : নিন্টু পাঠক
মোৰ আবেগে
যদি তোমাৰ
হৃদয় আকাশ চোৱে
ক্ষতি কিনো হ'ব ...
মোৰ আবেগে....
যদি তাৰ সুৰভিয়ে
মাধুৰী বিলাই দিয়ে
জীৱন মৰুত সিযে অলকানন্দা
হৈ ব'ব
ক্ষতি কিনো হ'ব ...
মোৰ আবেগে....
মই যে তৃষিত পথিক
তোমাৰ ছাঁয়াত
জিৰাওঁ ক্ষনিক
স্মৃতিৰ জোনাকে
মোৰ জীৱনৰ
পথ পোহৰাব
ক্ষতি কিনো হ'ব ...
মোৰ আবেগে....
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: