Xile Jane Jodi (Letter 3) Project Postbox
Автор: Rupam Bhuyan
Загружено: 2024-07-31
Просмотров: 65897
কিমান সাঁকোত উঠি সময় পাৰ হৈ যায় যুগৰ পৰা যুগলৈ, ঋতুৰ পৰা ঋতুলৈ । সময়ৰ প্ৰতিটো পাৰ হৈ যোৱা হিচাপৰ কিন্তু দাগ কাটে শিলবোৰে, যি হয়তো সভ্যতাৰ আটাইতকৈ প্ৰাচীন আৰু সচাঁ প্ৰহৰী । সময়ৰ আচোঁৰত কত শিল হয় শিলালিপি, কত বুকু হয় শিল । এই শিলৰো বুকু গলাব পৰা, সময়ৰ আবেষ্টনীয়ে বান্ধি ৰাখিব নোৱাৰা, শিলকো মূৰ্তি সজাব পৰা তেন্তে আছে কি ? আছে, তাৰ বাবেইতো ভালপোৱা আছে । যুগৰ পৰা যুগলে বৈ যোৱা, শিলালিপিৰো আত্মাত থকা যি সঁচা সঁচা কথা, মৃদু, শ্বাশ্বত, অবিনশ্বৰ এইখন সমাপিকা পৃথিৱীৰ অনিৰ্বাণ অসমাপিকা ----ভালপোৱা । এই ভালপোৱাতেই ডুবি থকা পোষ্ট বক্সৰ নতুন চিঠি "শিলে জানে যদি" !!
খুলিলেই ভাহিঁ আহিব এই অবিনশ্বৰ ভালপোৱা
শিলে জানে যদি সময়ৰ আকাৰ
দুচকুত ভাঁহে যদি অনুৰাগী পোহাৰ
কৈ দিয়া তেনে শিলক তুমি কাৰ তুমি কাৰ
জিলিকক দুচকুত ভালপোৱা নিৰাকাৰ।
নিৰাকাৰ.....নিৰাকাৰ।
মোৰ পৰা মোক নিলা
বুকুতে কি গান দিলা
মই এতিয়া তোমাৰেই সমাহাৰ..
পাৰ ভাঙি প্ৰাণটাকি
সীমনা মোহনা ভেদি
তুমি নীড়.. মই জোৱাৰ।
তুমি নীড়.. মই জোৱাৰ।
মোৰ নাম হ'লেই উল্লেখ
সনা থাকে তাত তোমাৰেই আৱেশ
তৃষা চাই পৰো মই জুৰ
তৃষা চাই পৰো মই জুৰ
গালত আঁকিলে হেঙুলীয়া তুমি লেখ।
বুকু যেন ভৰ বাৰিষা
কওঁ কওঁ লাগে বহু কথা..
তুমি মদাৰ মই ফাগুন...
শিলে জানে যদি....
Audio credits,
Vocals : Rupam Bhuyan
Lyrics: Abhilash Das
Composition: Ridip Lahkar
Music Arrangement: Anupam Konwar
Mix & Master : Pinku Das
Video Credits,
Directed by Priyanka Sohoria
DOP, Editor, Colourist - Maaruf Bin Rafique
Assistant Director: Samar Jyoti Sarkar
Featuring:
Kula Kuldip Tiyasha Biswas
Dancers:
Niharika Borgohain Abhishek Singha
Concept & Screenplay: Priyanka Sohoria
Special Thanks
Partha Pratim Sonowal
Pragyan Bezbaruah and family
Manbha Rio La Homestay, Sohra
Uday . S. Borhohain
Madhumita. B. Borgohain
http://www.rupambhuyan.com/
https://www.facebook.com/RUPAMBHUYANO...
https://www.instagram.com/rupambhuyan...
Letter 2
• TOR SAHAR (Letter 2) Project Postbox
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: