যাদৱ পায়েঙৰ মোলাই কাঠনি জ্বলোৱাৰ আঁৰত যোৰহাটৰ বিজেপি নেতা থকাৰ অভিযোগ!
Автор: NorthEast Now
Загружено: 2025-12-31
Просмотров: 9039
📌নিমাত মুখ্যমন্ত্ৰী,খবৰ ললে লুৰীণ জ্যোতি গগৈয়ে !
📌বালিখননৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ পৰিণাম !
📌চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই অৰণ্য মানৱ'ৰ মোলাই কাঠনিত অগ্নি সংযোগ কৰিলে নেকি দুষ্কৃতিকাৰীয়ে?
📌কমিছনৰ অংকৰ বাবেই জিলা প্ৰশাসনে বালি মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নেকি?
📌এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে!
📌অধিবক্তা জোনমণি দেৱী খাউণ্ডৰ বিস্ফোৰক ফেচবুক পোষ্ট;যাদৱ পায়েঙৰ মোলাই কাঠনি জ্বলোৱাৰ আঁৰত যোৰহাটৰ বিজেপি নেতা!___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: