প্ৰত্যেক অৰুণোদয় পৰিয়ালক ২৫০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত ৰেহাই দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰত : CM
Автор: News Live
Загружено: 2025-12-03
Просмотров: 1546
📌প্ৰত্যেক অৰুণোদয় পৰিয়ালক ২৫০ টকাৰ পৰা ৩০০ টকা পৰ্যন্ত ৰেহাই দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰত। এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ সাহায্যবিহীনভাৱে গেছ ক্ৰয় কৰিলে প্ৰতি চিলিণ্ডাৰ লাভ কৰিব ৬০০ টকাত : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: