BIHU GEET NON STOP ¶¶ পুৰণি জনপ্ৰিয় বিহু গীত ¶¶ ASSAMESE BIHU SONG
Автор: Fagun fagun New
Загружено: 2025-07-30
Просмотров: 3240
Zubeen Garg Old Song Collection//Zubeen Garg Song//Zubeen Garg Assamese Song #zubeen #assamesesong
যাৰ গানৰ প্ৰতিটো শব্দই জীয়াই থকাৰ প্ৰেৰণা দিয়ে হৃদয়ত ভালপোৱাৰ জোৱাৰ তুলে , ধুমুহাৰ সৈতে বহু বাট যুজি যুজি অসমৰ সংগীত জগতক এন্ধাৰৰ মাজেৰে শালিকী পুৱাৰ ৰ'দালি দেখুওঁৱা আমাৰ মৰমৰ,হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন দালৈ মোৰ ফালৰ পৰা শুভ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ ককাই আপুনি যুগ যুগ জীয়াই থাকক আমাৰ মৰমৰ ককাইদেউ হৈ 🎉💐💖।
_____ King of Assam Zubeen Garg____
#Zubeen_Garg
🥀 ___জয় জুবিন দা___🥀
꧁🙏ধন্যবাদ🙏꧂
.•°``°•.¸.•°``°•.
( জুবিন দা )
`•.¸ 💞 ¸.•`
° •.¸¸.•° 💕 উশাহৰ ꧁গভীৰ꧂পিয়াহত 🌋۩๑▬▬▬● তোমাতেই 🌸💕●▬▬▬๑۩লিখা ꧁জীৱনী꧂💜👈💝
জুবিন মানেই ল'ৰালি 💚🥀
জুবিন মানেই প্ৰেৰণা 💚🥀
জুবিন মানেই এজাক ধুমুহা 💚🥀
জুবিন মানেই এক নতুন আশা 💚🥀
জুবিন মানেই এক নতুন জীৱন 💚🥀
I LOVE YOU ZUBEEN DA ❤️🥀
JOI ZUBEEN DA ❤️🥀
এই ভিডিঅ'টোত অসমৰ হাৰ্টথ্ৰব' স্বৰূপ (জনপ্রিয় কন্ঠশিল্পী) জুবিন গাৰ্গৰ পুৰণি গীতসমূহ দাঙি ধৰাৰ প্রয়াস কৰা হৈছে। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টিত মৰম চেনেহ দিব। 🤗🥰
-----------------------------------------------------------------------
Zubeen Garg Golden Collection || Zubeen Garg Old Song || Best of Zubeen Garg || Old Assamese Song
------------------------------------------------------------------------
Zubeen Garg Best🥰 Sad💔 Song😥🎶 #assamesesadsong #assamesemusic #zubeengarg
Song Credit by :- Zubeen Garg
__
Zubeen Garg Best Assamese Sad Song.
#️⃣Hashtags
#zubeengarg #newassamesesong
#zubeengargrumanticsong #zubeenbihu
#zubeengargsadsong#assamesenewsong #zubeennewsong2026#assamese2026song#zubeengargnewassamesebi husong#zubeenbihu #menjal#assamesesong#assamese#assamesenewsong #2026song#zubeengarg #zubeensong #assamesesong#Assam_Singers #love #sad #rock #song #lover #romantic #music #assam #assamesevide #assamese#youtubesubscribers #youtube #youtubevideo #viral#viralvide #viralsong #video
👇👇
▶️এইটো এটা non profitable YouTube channel
,য'ত আপোনালোকে zubeen garg ৰ সকলো ধৰণৰ গান চাব পাৰিব। চেনেলটোৰ উদ্দেশ্য হৈছে জুবিন গাৰ্গৰ গীতসমূহ অসমৰ সকলো ক্ষেত্রতে আৰু অধিক প্ৰচাৰ কৰা, ইয়াৰ পৰা আমাৰ টকা সংগ্রহ কৰাৰ কোনো অভিপ্রায় নাই। এই গীতবোৰৰ সকলো ক্ৰেডিট তেওঁলোকৰ হাতলৈ যায় যিসকলে মূলতঃ সৃষ্টি কৰিছিল।
উল্লেখ থাকে যে আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে প্রচাৰ কৰা গীতসমূহত কোনো ধৰণৰ Copyright Strike নিদিয়ে যেন, কিয়নো ইয়াৰ ফলত আমাৰ চেনেলটোত বৃহৎ ক্ষতি সাধন হব।
শেষত,,আমাৰ ভূল কূৰ্তি সমূহ দেখুওৱাই দিবলৈ আহবান জনালোঁ।
ধন্যবাদ....❤🙏🙏
---------------------------------------------------------------------
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: