Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Автор: Pratidin Time

Загружено: 2025-10-20

Просмотров: 308455

Описание:

সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে বৰ অসমৰ সপোন আছিল জুবিনৰ
প্রতিটো জনগোষ্ঠীয় ভাষাতেই গীত গাইছিল প্রাণৰ শিল্পীগৰাকীয়ে
কি মিচিং, কি কাৰ্বি, কি তিৱা, কি ডিমাছা, কি বড়ো, কি আদিবাসী, কি চাওতালী...
সকলো জনগোষ্ঠীয় ভাষাৰ গীততেই প্রাণ পাইছিল জুবিনৰ কণ্ঠই
বিভিন্ন জনগোষ্ঠীৰ নতুন শিল্পীক মঞ্চ দিছিল জুবিন গাৰ্গে
ৰাইজৰ আগত চিনাকি কৰাই দিছিল বহু ন-পুৰণি প্রতিভাক
জুবিনৰ ইচ্ছা আছিল মৃত্যুৰ দিনা ‘পাঞ্চুনা’ গাব পাঞ্চুনা ৰাভাই
মাজুলীত দুখ পোৱা ছোৱালীজনী কোন– ক’ব তৰুলতা কুটুমে
জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে
ৰাভা লোকসংগীতৰ প্রতি কিয় দুৰ্বলতা আছিল জুবিনৰ?
মাজনিশা ষ্টুডিঅ’লৈ মাতি ঐনিতম গাবলৈ দিছিল তৰুলতাক
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

#pratidintime #assamnews #assam #justiceforzubeengarg #abhimat #Tarulatakutum #nitumonisaikia #PanchanaRabha

জুবিনক সুঁৱৰি তৰুলতা কুটুম আৰু পাঞ্চুনা ৰাভা আজি একেলগে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

প্ৰাৰ্থিত্বক লৈ বিৰোধীৰ তৎপৰতাৰ বিপৰীতে বিজেপিৰ কি ৰণকৌশল? । ‘আজিৰ পৰ্যৱেক্ষণ’

‘ৰাংঢালী’ৰ ২৫ বছৰ.....মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

আজি ঋতৃষা আৰু শতাব্দীৰ কণ্ঠত জুবিন গাৰ্গে ভালপোৱা গীত : সংঘমিত্ৰা বৰুৱাৰ সৈতে ‘সমৃদ্ধ সময়’

জুবিনবিহীন প্রথমটো নৱবৰ্ষ, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

জুবিন গাৰ্গক সুঁৱৰি

জুবিন গাৰ্গক সুঁৱৰি "সাহিত্য আজ তক"ৰ মঞ্চত পাপন, জুবলী।//Zubeen Garg//Zublee//Papon

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ একালৰ সহশিল্পী পাঞ্চনা ৰাভাই  জুবিন গাৰ্গৰ কথা সোঁৱৰি উচুপি উঠিল

জুবিন দাই কৈছিল

জুবিন দাই কৈছিল "মই মৰাৰ দিনা তই পানচুনাৰ দোলা গানটো গাবি"😭😭: Singer Panchana

📌'জুবিনক কৃষ্ণৰ সৈতে তুলনা কণমানি আশ্বাসৰ।'

'মাকে নিজৰ সন্তানক মৰম কৰাৰ দৰে গৰিমা বৌয়ে জুবিন দাক মৰম কৰে।' যশশ্ৰী ভূঞা

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পুনৰ সম্প্ৰচাৰ ‘মায়াবিনী ৰাতিৰ বুকুত’

চকুলোৰে জুবিনক শেষ বিদায় জনতাৰ, ঠিকনা সলনি হ’ল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ

'ৰেন মৌ'ত আইচেংফাৰ স'তে  উদাত্ত কণ্ঠৰ মানৱতাবাদী শিল্পী শ্ৰীযুত মহেন্দ্ৰ হাজৰিকাদেৱ

Abhimat | Zubeen Garg | Nitumoni Saikia | Exclusive Interview | Pratidin Time | August 18, 2017

গোলাঘাটত বহিঃৰাজ্যৰ মহিলাৰ সন্ত্ৰাস। ৰাজস্থানৰ পৰা অহা এদল মহিলাৰ দলৰ উপদ্ৰৱ

Глобальные изменения ждут Казахстан. Что сказал Президент?

জুবিন গাৰ্গজনক আজি বিশ্লেষণ কৰিব শিল্পী মানস ৰবীনে, মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

ৰিৱ  ৰিৱ মলয়াই   -  জুবিন। তৰুলতা  সৰুভনী   vol=3

জুবিন দাৰ বিষয়ে ডঃ পীতাম্বৰ দেৱ গোস্বামী প্ৰভূৱে কি কলে শুনক🙏|Zubeen garg|Dr pitambor dev goswami|

গায়িকা পাঞ্চুনা ৰাভাই কৈ গ'ল জুবিন গাৰ্গৰ বহু নজনা কথা।

Abhimat: Nitumoni Saikia in conversation with Prastuti Parashar

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: infodtube@gmail.com