কবিৰ কণ্ঠত শোষিত মানুহৰ জীৱন গাথা || Dr. Kamal Kumar Tanti || Kasiyoli (কাঁচিয়লি) Ep.3
Автор: Oasis Motion Films
Загружено: 2025-06-19
Просмотров: 1198
কাঁচিয়লি
পোহৰৰ ঠিকনা...
আন্ধাৰৰ বাট কাটি 'কাঁচিয়লি'ৰ পোহৰে পোহৰাই তুলিব আমাৰ সকলোৰে মন মগজু । এই আশাৰে সাহিত্য আৰু সাহিত্যিকৰ সৈতে আমাৰ এই অনুষ্ঠান 'কাঁচিয়লি'- পোহৰৰ ঠিকনা। ইতিবাচক চিন্তাৰে আগবঢ়া আমাৰ এই যাত্রাত আপোনালোক সকলো সহযাত্রী হ'ব বুলি বিশ্বাস ৰাখিছোঁ। প্রিয় শ্রোতা-দর্শক আপোনালোকৰ মৰম-বিশ্বাস আমাৰ সদায়ে কাম্য হৈ ৰ'ব।
এই অনুষ্ঠানত আমি অসমীয়া সাহিত্যৰ অন্বেষণৰ মাজেৰে আলোচনা আগবঢ়াম।ইয়াত অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক - সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ অন্তদৃষ্টিৰে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব।
এই অনুষ্ঠানত আলোচনা হ'ব অসমীয়া ভাষা-সাহিত্য,সংস্কৃতিৰ লগতে ইতিহাস,অসমৰ সাম্প্ৰতিক পৰিৱেশ,পৰিস্থিতি আৰু সমস্যাসমূহক সাঙুৰি গোটেইবোৰ দিশ ।
পাপৰি বড়া
/ 18os4hqty5
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: