কন্ঠমণি | Konthomoni Song | Pranab Bora | Tribute song to Legend Zubeen Garg |
Автор: Pranab Bora Niri Bili
Загружено: 2026-01-11
Просмотров: 915
ক'তেনো আছাগৈ কণ্ঠমণি
ক'তেনো আছাগৈ তুমি..!!
আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱ নোহোৱাৰ দিনৰ পৰাই যেন আমাৰ অসমবাসীৰ হিয়াৰ কোণত এক ডাঙৰ শূণ্যতাই বিৰাজ কৰিছে, যিটো শূন্যতা আৰু কোনোকালেই মচিব পৰা নাযাব কিজানি।
সেয়েহে জুবিন দাৰ স্মৃতিত মোৰ অন্তৰালত সোমাই থকা কিছুমান শব্দ সুৰ কৰি এটি গীতৰ সৃষ্টি কৰিলোঁ যিটো গীত জুবিন দাৰ কাৰণে চিৰ সেউজ হৈ ৰওঁক। লগতে মই আপোনাসৱক বিনম্ৰ ভাবে অনুৰোধ জনাও যে আমাৰ প্ৰাণৰ শিল্পী গৰাকীক চিৰকাল জীয়াই ৰাখিবলৈ মোৰ এই গীতটি সকলোৱে শুনিব পৰাকৈ সকলোৱে শ্বেয়াৰ কৰি দিয়ে যেন লগতে মোৰ কষ্টৰ সাৰ্থকতাৰ বাবে এটা লাইক কৰি মোৰ PRANAB BORA NIRI BILI YouTube চেনেল টো SUBSCRIBE কৰি দিয়ে যেন।
আজি ডেৰ মাহ ধৰি যি সকলে কষ্ট কৰি এই গীতটিক সাফল্যমণ্ডিত কৰিলে সেইসকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে 10-01-2026 তাৰিখে সন্ধিয়া ৮ বজাত সোনাই নদী উত্তৰ আঞ্চলিক জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা গীতটিক শুভাৰম্ভণি কৰি দিয়াৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
👉🏻 AUDIO CREDITS
Vocals/Lyrics - Pranab Bora
Studio - DEEP MUSIC STUDIO (RAIDONGIA)
Music - Deepjyoti Saikia - দীপজ্যোতি শইকীয়া
Photo & Video Edit - কৌশিক শইকীয়া
Management - সৌৰভ হিলৈদাৰী
Violin - কবিন পাটৰ
Mandolin - প্ৰণৱ শইকীয়া
Mix Master - Deepjyoti Saikia
Guitar - দীপক পাটৰ
Video & Photo collection :
আমাৰ জুবিন দা অমৰ হওঁক।
জয় জুবিন দা...
জয় জুবিন দা...
জয় জুবিন দা...
জয় আই অসম...
#JusticeForZubeenGarg
#assamesesong
#zubeengarg
ধন্যবাদ🙏🙏🙏
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: