অহা ১০০ দিনৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত বিজেপিৰ....
Автор: Pratidin Time
Загружено: 2025-12-27
Просмотров: 3732
অহা ১০০ দিনৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত বিজেপিৰ। বুথ সবলীকৰণ, বুথ বিজয় অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ১৬ জানুৱাৰীৰ পৰা ৰূপায়ণ কৰা হ'ব কাৰ্যসূচী। ৰাইজৰ পদূলিয়ে পদূলিয়ে যাব বিজেপি। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।
#PratidinTime #AssamNews #BJP #DilipSaikia
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: