Maa-মা //new Assamese short film 2024// heart touching Story//
Автор: B K Production
Загружено: 2025-10-13
Просмотров: 2864
#assamesefilm #assamesemovie #romantic #sad #viral #assamesefilm #funny #viral #assamesefilm
নমস্কাৰ গ্ৰহণ কৰিব 🙏
পোন প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ 🙏 আমাৰ এই ছুটি ছবিখন উপভোগ কৰাৰ বাবে 🥰
BK PRODUCTION YOUTUBE CHANNEL ৰ জড়িয়তে আপোনালোকৰ মাজলৈ ভাল ভাল ছবি আগন্তুক দিনত আৰু আগবঢ়ায় যাম !
আশাকৰোঁ আপোনা সবৰ মৰম আৰু সহাৰী সদায় আমি পাই যাম।
"মা" এই ছুটি ছবিখন আছিল আমাৰ মনৰ নিজান Youtube channel ৰ
য'ত আমাক আপোনালোকে অত্যন্ত মৰম দিছিল আৰু মা ছবিখনৰ দ্বিতীয় খণ্ডটো বিচাৰি আছিল। কিন্তু মনৰ নিজান youtube channel টো যিহেতু মোৰ হাতৰ পৰা হেৰাই গ'ল আৰু মই আপোনালোকৰ মাজলৈ দ্বিতীয় খণ্ডটো এই BK PRODUCTION YOUTUBE CHANNEL ৰ জড়িয়তে দিয়াৰ সিদ্ধান্ত লৈছোঁ। কিন্তু দ্বিতীয় খণ্ডটো আগবঢ়ালে প্ৰথম খণ্ডতি আপোনালোকে বিচাৰিব সেইহে মই এই channel ত এই খণ্ডতি আগবঢ়াই দিলোঁ 🙏 🥹
MAA FIRMLY
STORY & SCRIPT WRITTER: UTJJAL NATH
DIRECTOR: UTJJAL NATH & PIKUMONI DAS
VIDEOGRAPHY: PRANAB BORUAH
VIDEO EDITOR: BK PRODUCTION STUDIO & Utjjal Nath
CASTING: Utpala Saikia & utjjal Nath & mallika Saikia & manashi bora & Nikita das & parishmita nath & pikumoni das &
Music ollection: Utjjal Nath
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: