Saraswati Bagdhwani School | সৰস্বতী বাগধ্বনি স্কুল |
Автор: Riki Ricky's Diary
Загружено: 2023-03-10
Просмотров: 1892
Saraswati Bagdhwani School | সৰস্বতী বাগধ্বনি স্কুল | #saraswatibakdhanischool #specialsschools 🏫
'সৰস্বতী বাগধ্বনি' স্কুল গুৱাহাটী চহৰৰ নাৰেংগীৰ ওচৰৰ বিৰকুছিত অৱস্থিত। শ্ৰদ্ধাৰ মুনিন্দ্ৰ কলিতা আৰু দুলুমণি কলিতা নামে এহাল মানৱ দৰদী দম্পতীৰ যুতীয়া প্ৰচেষ্টাৰে ২৪ বছৰ এই বিদ্যালয় খনে বিশেষ ভাৱে সক্ষম, কথা ক'ব নোৱৰা বহুতো শিশুৰ বাবে নেৰানেপেৰাকৈ কষ্ট কৰি আহিছে আৰু উপযুক্ত শিক্ষাদানেৰে তেওঁলোকক মানুহ কৰি আহিছে। আনকি তাতেই শিক্ষা লাভ কৰা ছাত্ৰই নুনমাটি ৰিফাইনাৰীতো কৰ্মলাভ কৰিছে। উল্লেখযোগ্য যে সেইটো পৱিত্ৰ অনুস্থানৰ বাবে নাই কোনো চৰকাৰী সাহায্য, নাই কোনো সমাজ কল্যাণ বিভাগ বা NGOৰ সহায়! বিদ্যালয় খনলৈ কোনো সুহৃদৰ যদি সহায় আগবঢ়াবলৈ মন যায় তেখেতে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পৰাকৈ মই যোগাযোগৰ ঠিকনাটো তলতে লিখি দিছোঁ। আপোনাৰ চিনাকি সকলৰ ভিতৰত যদি তেনে কোনো শিশু আছে যোগাযোগ কৰাই দিবলৈ অনুৰোধ জনালোঁ। লগতে আনৰ সহায় হোৱাকৈ এই ভিডিঅ'টো share কৰাৰ লগতে Riki Ricky's Diary চেনেলটো subscribe কৰে যেন!
Saraswati Bagdhani School is located at Birkuchi near Narengi in Guwahati city. The school has been working tirelessly for many children with special needs and speechlessness for 24 years with the joint efforts of a humanitarian couple named Shri Munindra Kalita and Dulumani Kalita. Students who studied there have even got jobs at the Nunmati Refinery. It is worth mentioning that, there is no government assistance for that holy Institution, no assistance from any social welfare department or NGO! I have given the contact address below so that anyone who wants to help the school can contact the school authority. If you know any such children, please contact them Through the address. Also, please share this video to help others and do subscribe ‘Riki Ricky's Diary’. Link 👉🏻@Riki_770
SARASWATI BAGDHWANI PRASHIKSHYAN KENDRA BANK DETAILS-
Bank name :- CENTRAL BANK OF INDIA
Branch name :- Chandmari
Account no :- 1810933074
IFSC CODE :- CBINO283234
MICRO CODE :- 781016017
GST IN :- 18AAACC2498P3Z0
Narendra Kalita- +91 6001100519
Dulumani Kalita- +91 8723993919
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: