বৰদিনৰ আচল উদ্দেশ্য
Автор: Mahesh Chotriya. Gospel
Загружено: 2025-12-14
Просмотров: 175
এই পৃথিৱীত যীচু খ্ৰীষ্ট কিয় জন্ম ল’লে?
তেওঁ মানুহৰ পাপৰ পৰা উদ্ধাৰ দিবলৈ, ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিবলৈ আৰু আমাক মুক্তিৰ পথ দেখুৱাবলৈ এই জগতলৈ আহিছিল।
যীচুৰ জন্ম কোনো সাধাৰণ ঘটনা নহয়, ই আছিল ঈশ্বৰৰ মহান পৰিকল্পনাৰ অংশ। তেওঁৰ জন্মৰ জৰিয়তে অন্ধকাৰৰ মাজত পোহৰ আহিল, আশাহীন মানুহে আশা পালে আৰু পাপীৰ বাবে পৰিত্ৰাণৰ দুৱাৰ মুকলি হ’ল।
এই ভিডিঅ’টোৰ জৰিয়তে আমি যীচু খ্ৰীষ্টৰ জন্মৰ প্ৰকৃত উদ্দেশ্য, ঈশ্বৰৰ ইচ্ছা আৰু আমাৰ জীৱনত ইয়াৰ গুৰুত্ব বুজিবলৈ চেষ্টা কৰিছোঁ।
অনুগ্ৰহ কৰি ভিডিঅ’টো চাওক, শুনক আৰু এই সত্য আনৰ সৈতে শ্বেয়াৰ কৰক।
ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। 🙏
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: