Скачать
                
            
            
                    
                NAMATOON - Animated Assamese Cartoon | অসমীয়া ব্যঞ্জনবর্ণ শিকো আহক "ঘ" |
Автор: Namami Brain Academy
Загружено: 2025-10-28
Просмотров: 124
Описание:
                
                    
                
            
        অসমীয়া ভাষাক আধুনিক প্ৰযুক্তিৰ সহায়ত আমোদজনক ৰূপত দাঙি ধৰাৰ অভিনৱ প্ৰয়াস আৰম্ভ কৰিছে Namami Brain Academy-এ। শিশুসকলে যাতে অসমীয়া ভাষাটো আনন্দ-ফূৰ্তিৰ মাজেৰে আয়ত্ব কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি Namami Brain Academy-এ কিছুমান মনোৰঞ্জনধৰ্মী কাৰ্টুন আপোনালোকৰ মাজলৈ লৈ আহিব। 
এই কাৰ্টুনবোৰৰ মাজেৰে আপোনালোকৰ শিশুটোৱে আমোদ লাভৰ সমান্তৰালকৈ অসমীয়া ভাষাটোও শিকাৰ এক মঞ্চ লাভ কৰিব। সেয়ে আজিয়ে Subscribe আৰু Share কৰক Namami Brain Academy. Animation created by Suprabhat & team.
#animatedfun #cartoon #cartoonchannel #cartooncomedy #motivation #funny #comedy #animated #language                
 
                Доступные форматы для скачивания:
Скачать видео mp4
- 
                                Информация по загрузке: