বৰ্তমান সময়ত বিশ্বাসযোগ্যতা হেৰুৱাইছে নেকি ন্যায়পালিকাই? দীপক শৰ্মাৰ সৈতে ‘ব্যতিক্ৰম’
Автор: NB News
Загружено: 2026-01-27
Просмотров: 868
বৰ্তমান সময়ত বিশ্বাসযোগ্যতা হেৰুৱাইছে নেকি ন্যায়পালিকাই? ন্যায়পালিকাৰ ওপৰত চৰকাৰৰ হেঁচা কিমান থাকে? চৰকাৰৰ বিৰুদ্ধে যাবলৈ নিবিচাৰে নেকি ন্যায়পালিকাই? ন্যায়পালিকা সঁচা অৰ্থত স্বাধীন হৈ আছেনে? ন্যায়পালিকাক লৈ উঠা প্ৰশ্নৰ উত্তৰ দিব জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে। দীপক শৰ্মাৰ সৈতে ‘ব্যতিক্ৰম’ #LIVE
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: