ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডু প্ৰতিযোগিতাত উজ্বলিল শিৱসাগৰৰ যুৱ খেলুৱৈ!
Автор: NorthEast Now
Загружено: 2025-11-22
Просмотров: 96
📌ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানডু প্ৰতিযোগিতাত উজ্বলিল শিৱসাগৰ ৰংপুৰ টাইকোৱানডু একাডেমীৰ খেলুৱৈ চেংখাম আৰ ডি বৰপাত্ৰগোঁহাই!
📌শেহতীয়াকৈ জম্মু কাশ্মীৰত ভাৰত চৰকাৰৰ অধীনষ্ঠ স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হৈছিল ৬৯ সংখ্যক নেশ্যনেল স্কুল গেমছ!
📌দেশৰ ২০ খনৰো অধিক ৰাজ্যৰ কেইবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় ক্ৰীড়াত ১৯ বছৰ অনুৰ্ধ্বৰ টাইকোনাডু প্ৰতিযোগিতাত চেংখাম আৰ ডি বৰপাত্ৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে!।__________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - www.facebook.com/nenownews/
Twitter - www.twitter.com/NENowNews/
Instagram - www.instagram.com/northeast.now
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: