কিদৰে চলিছে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ? ৯-১০ বজালৈ চৰকাৰী কাৰ্যালয়ত নাই কৰ্মচাৰী
Автор: NB News
Загружено: 2025-12-09
Просмотров: 1683
কিদৰে চলিছে ৰাজ্যৰ একাংশ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ? কৰ্ম-সংস্কৃতিক পিঠি দি একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ খেয়ালখুচি মতেই উপস্থিত হয় কাৰ্যালয়ত৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো গা নলৰা একাংশ কৰ্মচাৰীয়ে কেৱল কমিছনৰ নামতহে কাৰ্যালয়লৈ যে আহে এই কথা পৰিস্ফূত হৈ পৰিল অসম লাইভ 24ৰ ছাডেন ভিজিটত৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: