2nd convocation of Srimanta Sankardeva University of Health Sciences held
Автор: News Live
Загружено: 2019-06-19
Просмотров: 1768
সম্পন্ন হ’ল শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য় বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাবৰ্তন সমাৰোহ। সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু এইমছৰ সঞ্চালক ৰনদ্বীপ গুলেৰীয়াৰ। এই অনুষ্ঠানতে ১০ গৰাকী বিশিষ্ট চিকিৎসকক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়। সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ চিকিৎসকক আহ্বান মুখ্য়মন্ত্ৰীৰ।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: