Bhupen Hazarika’s longtime companion Kalpana Lajmi passes away in Mumbai
Автор: News Live
Загружено: 2018-09-23
Просмотров: 247381
ভূপেন হাজৰিকাৰ জীৱনৰ অন্যতম সংগী, ছবি পৰিচালক কল্পনা লাজমী আৰু নাই। মুম্বাইৰ কোকিলাবেন হাস্পতালত আজি পুৱা প্ৰায় ৪.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কল্পনা লাজমীয়ে। ৰ’দালি, এক পল, দমন ছবিৰ নিৰ্মাতা লাজমীৰ অসমৰ লগত আছিল ঘনিষ্ঠ সম্পৰ্ক। অসুস্থতাৰ মাজতে কল্পনা লাজমীয়ে শেহতীয়াকৈ লিখি উলিয়াইছিল ভূপেন দাৰ জীৱনৰ সৈতে তেওৰ সান্নিধ্য স্মৃতিৰ এখন গ্ৰন্থ ‘ভূপেন হাজৰিকা এজ আই নিউ হিম’।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for latest update of news: https://newslivetv.org/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: