Mur kothai amoni kore ne Zubeen Garg song
Автор: Basu Barman official
Загружено: 2025-10-03
Просмотров: 4
😭😭😭
জুবিন দা কিয় এই মৰম লগা কন্ঠখেনৰে আমাক যুগে যুগে কান্দিবলৈ থৈ গ'লা গৈ | তোমাৰ অবিহনে অসম আধৰুবা,তোমাৰ অবিহনে এতিয়া ৰঙালী অন্ধকাৰ |তোমাৰ গীতৰ শৰাইয়েই টো অসমবাসীৰ মনত বহাগৰ বতৰা কঢ়িয়াইছিল |আকৌ এবাৰ আহা না পুনৰ অসমবাসীৰ মনত শান্তি- ৰঙালী বিহুৰ বতৰা লৈ পুনৰ জুবিন হৈ | জুবিন দা সদায় তোমালৈ মৰম থাকিব | তুমি য'তে আছা কুশলে থাকা | Love you Zubeen da 😭 😭 😭 |জুবিন দা মোৰ অতি প্ৰিয় আৰু সেয়েহে তেওঁৰ প্ৰতিটো গীত মোৰ মনত খুন্দাই হি আৰু সেইবাবে জুবিন দাই গোবা এটি অন্তৰ চুই যোবা গীত গাবলৈ প্ৰয়াস কৰিলো | কিবা ভুল হ'লে please 🙏 🙏 🙏 sorry guys and comment কৰি জনাবচোঁন কেনেকুবা হয় মোৰ singing style টো |
SONG NAME : মোৰ কথাই আমনি কৰেনে ?
SINGER: ZUBEEN GARG
LYRICS : PANKAJ CHUTIA
MUSIC: JAYANTA KAKATI
TUNE : PANKAJ CHUTIA & JAYANT KAKATI
MUSIC ARRANGEMENT : BABLU
#zubeengarg
#assamese
#song
#zubeen_garg #zubeen_garg_status #music #coversong #zubeen #zubeendaa #assamtezpur
#highlight
#viralreelschallenge
#tranding
#followersreels
#LikeShareFollow
#comment
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: