অসম আকৌ ৰক্তাক্ত হ'ব নেকি ?
Автор: Pratidin Time
Загружено: 2024-08-16
Просмотров: 452662
ৰাজ্যৰ বিভিন্ন স্থানত আলফা স্বাধীনে বোমা সংস্থাপিত কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে বিৰাজ কৰিছিল আতংকময় পৰিৱেশৰ। পিছে হঠাৎ সংঘটিত হোৱা এনে ঘটনাই সূচাইছে কি? উগ্রপন্থী গোটৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী, প্রশাসন সদাসষ্টম বুলি দাবী কৰি থকাৰ সময়তে কেনেকৈ সংঘটিত হ’বলৈ পালে এনে ঘটনা? এনেবোৰ প্রশ্ন লৈ কৰি গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।
#pratidintime #Assamnews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: