বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত নীতিন নবীন
Автор: Pratidin Time
Загружено: 2026-01-20
Просмотров: 1145
অৱশেষত প্ৰত্যাশিত ভাৱেই শাসক দল ভাৰতীয় জনতা পাৰ্টীৰ নতুন ৰাষ্ট্ৰীয় সভাপতি বা অধ্যক্ষৰ কাৰ্যভাৰ গ্ৰহণ কৰিলে নীতিন নবীনে। আজি নতুন দিল্লীৰ পণ্ডিত দীনদয়াল উপাধ্যায় মাৰ্গত থকা দলটোৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত দলীয় শীৰ্ষ পদটোত আনুষ্ঠানিকভাৱে অধিষ্ঠিত হয় নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰি দলীয় শীৰ্ষ নেতৃত্ব উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত।
#PratidinTime #AssamNews #BJP #nitinnabin
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: