Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

@ Pradip Ch Rabha

Автор: Pradip Ch Rabha

Загружено: 2026-01-04

Просмотров: 620

Описание:

চানডুবি উৎসৱ ২০২৬ । এই উৎসৱ আহি আহি ১৬ বছৰত ভৰি দিলে । উৎসৱটি ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰী,২০২৬ লৈ অনুষ্ঠিত হয়। এইবেলি উৎসৱটি শুভ উদ্ধোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱে। উৎসৱটোৰ লগত সংগতি ৰাখি ৰাভা জনগোষ্ঠীৰ লোক নৃত্য-গীত প্ৰদৰ্শিত হৈছে , ৰাভা জাতীয় সাজ-পাৰ বিক্ৰীৰ বাবে বিপনীৰ ব্যৱস্থা হৈছে। আনহাতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য- গীত প্ৰদৰ্শন হৈছে , সাজ-পাৰসমুহ সৰহ সংখ্যক পোৱাৰ ব্যৱস্থা হৈছে। থলুৱা খাদ্য সম্ভাৰ যথেষ্ট পোৱা যায়। থলুৱা শাক-পাছলি , ফল-মূল যেনে- কচু, তিল, হালধি, ঔটেঙা, কমলা, কৰদৈ টেঙা, বগৰী, তেতেলি, থেকেৰা টেঙা, মাকৈ, লাই শাক, মূলা, পানী লাউ, ৰঙা লাউ , কোমোৰা আদি বহুতো পোৱা যায়। থলুৱা খাদ্য যেনে - পোৰা গাহৰী মাংস, মাছ, কেকোৰা, শামুক, জোঙা মদ, আপং, ফতিকা মদ , মুৰ্গী মাংস, হাঁহ মাংস , মাছ পিটিকা , ক্ষাৰৰ আঞ্জা , টেঙাৰ আঞ্জা আদি বহুতো পোৱা যায়। উদ্যোগতা সমিতিৰ এক সুন্দৰ পদক্ষেপৰ বাবে তাত সমন্বয়ে বিৰাজ কৰিছে । শান্তিৰ পৰিবেশ সৃষ্টি হৈছে , কন কন লৰা- ছোৱালীসকলে বৰ আনন্দ মনেৰে খেলিছে , পৰ্য্যটকসকলে মনোৰম প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিছে, কিছুমানে নৌকা বিহাৰ কৰি আনন্দ লৈছে, মুঠৰ ওপৰত উদুলি-মুদুলি এক বিনন্দীয়া পৰিবেশ । উৎসৱটোৰ জৰিয়তে বিশেষকৈ প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰতা ৰক্ষা হৈছে , আচলতে চানডুবি বিল আৰু কাষত থকা পাহাৰবোৰ জীৱন্ত পৰীক্ষাগাৰৰ দৰে হয়। গতিকে ইয়াক সংৰক্ষনৰ ক্ষেত্ৰক আমি সকলোৱে গুৰুত্ব দিব লাগে। বিশেষকৈ চৰকাৰে। ধন্যবাদ

@ Pradip Ch Rabha

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

RUNG TANKAI DANCE OF RABHA AT CHANDUBI FASTIVAL 2026

RUNG TANKAI DANCE OF RABHA AT CHANDUBI FASTIVAL 2026

Congratulations🎉Srishti Rani Taid| Young Leaders Dialogue 2026 | GOMPOD

Congratulations🎉Srishti Rani Taid| Young Leaders Dialogue 2026 | GOMPOD

January 4, 2026

January 4, 2026

BA:TAG JONRUM KÉBANG Bhubon pegu ৰ  ভাষণ# sixth schedule কেতিয়াdeclareকৰিব#

BA:TAG JONRUM KÉBANG Bhubon pegu ৰ ভাষণ# sixth schedule কেতিয়াdeclareকৰিব#

King of Rabha Raja Bir Parashuram in Goalpara

King of Rabha Raja Bir Parashuram in Goalpara

Hagrama sir आ Finally मा बुंखो Full information

Hagrama sir आ Finally मा बुंखो Full information

টিৰাপ ট্ৰাইবেল বেল্টত জনজাতীয় পৰিপন্থী কাম কৰাক লৈ সৰৱ সোনোৱাল কছাৰী ছাত্ৰ সন্থা ।

টিৰাপ ট্ৰাইবেল বেল্টত জনজাতীয় পৰিপন্থী কাম কৰাক লৈ সৰৱ সোনোৱাল কছাৰী ছাত্ৰ সন্থা ।

নৱাগত আদৰণি সভাৰ আঁৰত থকা কিছুমান ভাল লগা মূহুৰ্ত চাওঁ আহক।।#Dakshin Kamrup girls college (Mirza)

নৱাগত আদৰণি সভাৰ আঁৰত থকা কিছুমান ভাল লগা মূহুৰ্ত চাওঁ আহক।।#Dakshin Kamrup girls college (Mirza)

Assamese News Today || 18 January|94 Thousand voter cancel/Again BJP Govt.2026/Breaking News/MHLive

Assamese News Today || 18 January|94 Thousand voter cancel/Again BJP Govt.2026/Breaking News/MHLive

PM Modi’s speech during Bagurumba Dwhou, a traditional Bodo cultural programme in Guwahati

PM Modi’s speech during Bagurumba Dwhou, a traditional Bodo cultural programme in Guwahati

January 4, 2026

January 4, 2026

ডাঙৰ খবৰ।জুবিন গাৰ্গ হত্যা ছিংগাপুৰ আৰক্ষী তদন্তত ভয়ানক তথ্য পোহৰলৈ।লাগিল তোলপাৰ/virel news

ডাঙৰ খবৰ।জুবিন গাৰ্গ হত্যা ছিংগাপুৰ আৰক্ষী তদন্তত ভয়ানক তথ্য পোহৰলৈ।লাগিল তোলপাৰ/virel news

17 01 2026 Zapewne wielu z Was czekało na ten utwór i to wykonanie!

17 01 2026 Zapewne wielu z Was czekało na ten utwór i to wykonanie!

DKC ত যৌৱন...Cultural rally of DAKSHIN KAMRUP COLLEGE 2020

DKC ত যৌৱন...Cultural rally of DAKSHIN KAMRUP COLLEGE 2020

মিচিং জাতিৰ সমস্যা⁉️Full EP-01 | Srishti Rani Taid |Kalinath P|Bikram Pegu | Vidyasagar Doley

মিচিং জাতিৰ সমস্যা⁉️Full EP-01 | Srishti Rani Taid |Kalinath P|Bikram Pegu | Vidyasagar Doley

@ Pradip Ch Rabha

@ Pradip Ch Rabha

Bangsi Apal 2nd January New Year Dance - Garo Hill Meghalaya

Bangsi Apal 2nd January New Year Dance - Garo Hill Meghalaya

LIVE | Garima Saikia Garg | অসুৰ বধ হ’বই লাগিব, আমাৰ দৃষ্টিত য়টত থকা প্ৰতিজনেই দোষী - গৰিমা গাৰ্গ

LIVE | Garima Saikia Garg | অসুৰ বধ হ’বই লাগিব, আমাৰ দৃষ্টিত য়টত থকা প্ৰতিজনেই দোষী - গৰিমা গাৰ্গ

আদিবাসী  সমাজ আৰু ৰাষ্ট্ৰ গঠন!

আদিবাসী সমাজ আৰু ৰাষ্ট্ৰ গঠন!" Adivasi Community And Rastra Nirman

কি দেখা পোলু আজি 😱❤️😍Chandubi Mela 2026

কি দেখা পোলু আজি 😱❤️😍Chandubi Mela 2026

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: infodtube@gmail.com