Manuhe Manuhar Babe|মানুহে মানুহৰ বাবে|A Tribute to Dr. Bhupen Hazarika|Cover song by Samudra Tanaya
Автор: Samudra Tanaya's Lifestyle
Загружено: 2025-09-07
Просмотров: 171559
শ্ৰদ্ধাঞ্জলি
ড° ভূপেন হাজৰিকা, অসম তথা ভাৰতীয় সঙ্গীত জগতৰ এক অনন্য দিশাৰী। তেওঁৰ কণ্ঠত জগতজুৰি জীৱনৰ গান গুঞ্জৰিত হৈছে। সমাজ, সংস্কৃতি আৰু মানুহৰ দুৰ্দশাক তেওঁৰ গীতত জীৱন্ত ৰূপত প্ৰতিফলিত কৰা হৈছে।
এই বিশেষ দিনত, আমাৰ আটাইৰে প্ৰিয় ভূপেন ককাৰ “মানুহে মানুহৰ বাবে” তেওঁৰ গীতেৰেই তেওঁক শ্ৰদ্ধা নিবেদন জনাইছো। মানুহৰ মানুহৰ প্ৰতি মায়া, মৰম আৰু ভ্ৰাতৃত্বৰ বাণী সদায় জীয়াই থাকক।
তেওঁ অমৰ, তেওঁৰ গীত অমৰ। ভূপেন ককা আমাৰ হৃদয়ত সদায় জীয়াই থাকিব।
#mothers #original #sangita
#bhupenhazarika #manuhemanuharbabe #assamese #assamesesong #babysong#video #viral #traditional #trending #highlights #cover #coversong
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: