সদনত বিতৰ্কিত মন্তব্য দি বিজেপিৰ ৰোষত পৰিল তিনি বিধায়ক
Автор: NB News
Загружено: 2025-11-25
Просмотров: 577
সদনত বিষ্ণু ৰাভা সম্পৰ্কে বিতৰ্কিত মন্তব্য দি বিজেপিৰ ৰোষত পৰিল বিধায়ক মনোৰঞ্জন তালুকদাৰ। ভূপেন হাজৰিকাৰ নাম টানি শলঠেকত পৰিল বিধায়ক আশ্ৰাফুল হুছেইনো। জুবিন গাৰ্গৰ নামত বিমান বন্দৰ দাবী কৰি বিপদৰ পৰা ৰেহাই নাপালে নন্দিতা দাসেও।পিছে কি আপত্তিজনক মন্তব্য কৰিছিল তিনি বিধায়কে।A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: