🔴Mission Bwiswmuthi 2.0 | বিটিআৰত ভূমিহীন পৰিয়ালৰ বাবে সুখবৰ | Land Rights for Tea & Rubber Growers
Автор: OLS Assam
Загружено: 2025-06-14
Просмотров: 914
📢 Mission Bwiswmuthi 2.0 Launch – বিটিআৰত ভূমিহীন পৰিয়াল, সৰু চাহ আৰু ৰবৰ চাষীসকলৰ বাবে এক ঐতিহাসিক ঘোষণা!
🗓️ এই মিছনটো ১৫ জুন, ২০২৫ তাৰিখে বক্সাৰ খৰুজানস্থিত Integrated Textile Park-ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্রসাদ আচার্য জীয়ে।
এই মিছনটোৱে তলত উল্লেখ কৰা সেৱাসমূহ প্ৰদান কৰে: ✔ খাস ভূমি / Ceiling Surplus Land বন্দোবস্ত
✔ PGR/VGR Land-ৰ বন্দোবস্ত
✔ চাহ আৰু ৰবৰ চাষীৰ বাবে চৰকাৰী ভূমি
✔ NGO/SHG-ৰ বাবে ভূমি
✔ Online Certified Map কপি
📌 আবেদন কৰিব পৰা স্থান: 🌐 www.bwiswmuthi.bodoland.gov.in
🌐 www.sewasetu.assam.gov.in
🏢 নিকটবৰ্তী Public Facilitation Center
📅 আবেদন আৰম্ভ: ১৫ জুন, ২০২৫
🎯 এই ভিডিঅ’টোত আমি সকলো তথ্য বিস্তারিতভাবে ব্যাখ্যা কৰিছো। Mission Bwiswmuthi 2.0 কেনেকৈ আপোনাৰ জীৱন সলনি কৰিব পাৰে – জানিবলৈ সম্পূৰ্ণ ভিডিঅ’টো চাওক!
🔔 চেনেলটো Subscribe কৰক – নতুন আঁচনিৰ খবৰ পোৱাৰ বাবে!
#MissionBwiswmuthi2 #BTR #PramodBoro #LandRightsAssam #Bwiswmuthi2025
#MissionBwiswmuthi2
#Bwiswmuthi2025
#BTRLandScheme
#LandRightsAssam
#AssamGovtScheme
#PramodBoro
#RanjitBasumatary
#BTRNews
#BodolandDevelopment
#BodolandMission
#TeaGrowersAssam
#RubberGrowersAssam
#ভূমিআঁচনি
#অসমআঁচনি
#BwiswmuthiExplained
#BTRGov
#AssamTribune
#LandReformAssam
#GovernmentScheme2025
#AssamLandRights
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: