কণ্ঠশিল্পীৰ ৰূপত এইবাৰ গায়ত্ৰী মহন্ত ...
Автор: Pratidin Time
Загружено: 2025-12-30
Просмотров: 6555
কণ্ঠশিল্পীৰ ৰূপত এইবাৰ গায়ত্ৰী মহন্ত ....
পত্নী গায়ত্ৰী মহন্তক অনুশীলনত সহযোগ কৰি নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ৷ গান-ভিচিডিৰ সৈতে কটোৱা পুৰণি দিনবোৰ যেন আকৌ ঘুৰি আহিল পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ ৰাজনৈতিক ব্যস্ততাৰ মাজতেই পৰিয়ালৰ সৈতে বছৰৰ শেষত পত্নীৰ এটি নতুন অডিঅ' ভিডিঅ'ৰ বাবে সময় কটালে ষ্টুডিঅ' অডিঅ'হলিকত ৷ চাওক সাংবাদিক সমীৰণ বৰঠাকুৰৰ এক প্ৰতিবেদন....
#PratidinTime #AssamNews #GayatriMahanta #newsong #PabitraMargherita
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: