Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী

Автор: Pratidin Time

Загружено: 2025-10-05

Просмотров: 565971

Описание:

'ন্যায় পোৱাৰ ক্ষেত্ৰত মোক যিখিনি সোধে মই যিখিনি জানো সকলোখিনি মই ক'মই। আজি মোক সুধিছে যে মোৰ কেতিয়াৰ পৰা জুবিনৰ লগত চিনাকি, কেতিয়াৰ পৰা বন্ধুত্ব সেইখিনি কথাই সুধিছে বেলেগ একো সোধা নাই। মই যিমানখিনি জানো আমি এইবিলাক ক্ষেত্ৰত কোনো সোমোৱা নাছিলো। আমিয়েই অন্ধকাৰত থাকিলো, মই বাৰে বাৰে কৈ থাকিলো শেষৰ অনুষ্ঠানৰ লৈকে আমি একো নাজানিলো শ্ব'বোৰ কিমান পইচাত এগ্ৰিমেণ্ট কৰে আমি এজনেও নাজানো ...বিহুৰ আগত যে দিয়ে এখন লিষ্ট কোনে কিমান পইচা লয় আমি সেইখন দেখিহে গম পাওঁ...সিদ্ধাৰ্থই যদি জুবিন গাৰ্গক বিহ দিছে শেখৰে যদি গম পাইছিলেই তেনেহ'লে সমান সমান দোষী দুয়োজন, গতিকে সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ জুবিন গাৰ্গৰ সহযোগী শিল্পী পাৰ্থ প্ৰতীম গোস্বামী'
#PratidinTime #AssamNews #assam #JusticeForZubeenGarg #zubeengargnewsupdate

সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Justice for Zubeen Garg | পলম হ’লেও ন্যায় পাব জুবিন গাৰ্গৰ পৰিয়ালে - মনোজ কুমাৰ বৰঠাকুৰ N18V

প্ৰিয় শিল্পী জুবিন গাৰ্গৰ একালৰ সহশিল্পী পাঞ্চনা ৰাভাই  জুবিন গাৰ্গৰ কথা সোঁৱৰি উচুপি উঠিল

Speed News : ৰেজাউল কৰিম সৰকাৰৰ পুনৰ হুংকাৰ | Rejaul Karim

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি, মহা অথন্তৰ

LIVE | Astrology 2026 | Horoscope | অৱসৰ ল'ব নেকি দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? N18L

'কোন সিদ্ধাৰ্থ, মই কিয় সিদ্ধাৰ্থৰ লগত কথা পাতিম ?

Astrology : অৱসৰ ল'ব নেকি দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? N18V

কিয় বিহুমঞ্চত উৎপাত কৰিবলৈ কয় জুবিনে?

কিয় বিহুমঞ্চত উৎপাত কৰিবলৈ কয় জুবিনে?

ছিংগাপুৰৰ কোৰোনাৰ আদালতত সাক্ষ্য প্ৰদান জুবিন গাৰ্গৰ পৰিয়ালৰ

কংগ্ৰেছী বিধায়কৰ সন্মুখতে জেষ্ঠ কংগ্ৰেছীক তুলাধূনা

Darbar with Pranay Bordoloi #zubeengarg

Darbar with Pranay Bordoloi #zubeengarg

Justice for Zubeen। জুবিন গাৰ্গে ন্যায় নাপালে মহাভাৰত হ'বঃ শিল্পী খগেন গগৈ। N18V

'জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ' ক'ত হেৰাল? CPR দিওতে যথেষ্ট আঘাত পাইছিল জুবিন গাৰ্গে।'

'সমগ্ৰ অসমবাসীয়ে ভাৰতক দেখুৱাই দিলে কেনেকৈ শিল্পীক সন্মান কৰা হয়'

আফ্ৰিকাৰ নৰকত Bad Experience African Slum Boy Attack me😮Dangerous Slum of Africa.Kibera Slum Kenya-3

মই নিজে কংগ্ৰেছত যোগদান কৰিবলৈ যোৱা নাছিলোঁ

মানস ৰবীনৰ 'ৰবীন আৰ্মী'ৰ সদস্য হ'বলৈ ভিৰ কৰিছে শ শ দক্ষতা সম্পন্ন যুৱক-যুৱতীয়ে

এজোপা পাইন গছ আৰু জুবিন গাৰ্গ!

এজোপা পাইন গছ আৰু জুবিন গাৰ্গ!

জুবিন দাৰ ঘৰ নলবাৰীত - True Zubeenian do it Silently #zubeengarg

জুবিন গাৰ্গে শেখৰজ্যোতি গোস্বামীক কিয় পিটিম বুলি কৈছিল?

© 2025 dtub. Все права защищены.

  • Контакты
  • О нас
  • Политика конфиденциальности

Контакты для правообладателей: infodtube@gmail.com