সাক্ষাৎকাৰ -২৮,
Автор: Sriborah
Загружено: 2025-12-30
Просмотров: 19536
সাক্ষাৎকাৰ -২৮, শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপৰ সৈতে শ্ৰীবৰা। এই সাক্ষাৎকাৰ অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজা সংবিধানক লৈ কিছু সঙ্গি(?)ৰ বিতৰ্ক মন্তব্য প্ৰকাশ , শ্ৰীকৃষ্ণৰ সৈতে ৰাধা চৰিত্ৰটো কিমান শাস্ত্ৰ সন্মান, অসমত অসমীয়া সমাজত ঘটি থকা ঘটনাবোৰ আৰু হয়তো এলাহৰ বাবে কাৰ্যক্ষমতা লুপ্ত পোৱাৰ দৰে বহু কথা এই আলোচনাত শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপৰ সৈতে গঠনমূলক আৰু সংশোধনৰ ইচ্ছাৰে আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
শ্ৰদ্ধাৰে সুধি সমাজৰ আগত আগবঢ়ালোঁ। সকলোৱে আমাৰ এই অনুস্থান ভাগ আদৰৰে আগবঢ়াই নিব বুলি আশা প্ৰকাশ কৰি সেৱা আগবঢ়ালোঁ।
সেৱাৰে
শ্ৰী বৰা 🙏🙏
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: