Dr J x Dip Jyoti Deori - Akankhya (Official Visualizer) | 432 Hz
Автор: The Sounds of Dr. J. || Electric Soul Studios
Загружено: 2025-12-12
Просмотров: 777
This song is a gentle blend of warm acoustic guitar, mellow electronic textures, and heartfelt Assamese melodies. It’s the kind of track that settles into your chest — soft, emotional, and perfect for late-night listening or long drives when you need the world to slow down.
This music is for anyone who feels deeply, dreams wildly, and finds comfort in quiet moments.
If it connects with you, drop a comment — I read every single one.
Composer - Dr J
Music and mixing - Dr J
Vocals - Dip Jyoti Deori
artwork - Rohan_K_Draws
Lyrics :
যদি কপালৰে ঘাম বোৰ
পোহৰ ভাঙি বিশাল ৰামধেনু উজ্বলায়
যদি উকা সপোন মোৰ
আকাশৰ গোপন কথা নদী হৈ বৈ যায়
যদি কলিজা বোৰ, বুটলি সময়
প্ৰাচীন ফাগুণী শিহৰণ দেহতে নিগৰায়
যদি অভিমানি, আবদ্ধ প্ৰলয়
স্বাধীন স্বাভিমানি কণ্ঠৰ ধ্বনি বিয়পায়
যদি অদম্য সমীৰণে সানি
নীসন্তাপি আখৰ
যদি সামান্য গানৰ শিৰে শিৰে
অচিন আবেগৰ লহৰ
যদি তৃষা বিহীন খোজ বোৰ
নীলিম আকাশৰ সেউজী প্ৰভাতলে লৈ যায়
যদি বিসাদৰ গোপন সুৰ
সময়ৰ ধাৰত পৰিত্ৰানি ভাজতে ৰৈ যায়
যদি কলিযুগৰ নিথৰ অভিনয়
অভিমান হেৰুৱা চেতনাৰ সাগৰতে ওঁটি যায়
যদি অনিৰ্বানৰ হেৰুৱা মলয়
দীপ্ত জ্যোতিষ্মানী জ্ঞানৰ প্ৰকাশেৰে চুই যায়
#assamesemusic #newsong #indiemusic
HQ songs also available on:
Baahi - https://baahi.xomoy.com/song/Akankhya...
Soundcloud - / o2kbi0fhuhb3g1bvdp
Dr J - / thesoundsofdrj
Dip Jyoti Deori - https://www.instagram.com/thelonelidr...
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: