টিলিঙা মন্দিৰ// তিনিচুকীয়া// ইয়ালৈ আহি টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়।
Автор: Parag Rajbongshi
Загружено: 2024-07-14
Просмотров: 35233
তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। তিনিচুকীয়া নগৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত এই মন্দিৰটো
কাহ, পিটল, তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘন্টা ওলোমাই ৰখা গছ এডালক কেন্দ্র কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে।
অৱশ্যে মন্দিৰৰ চৌহদটো টিলিঙাৰে ভৰি আছে।
অলেখ টিলিঙাৰ স্তুপ দেখা যায়।
১৯৬৫ চনত টিলিঙা মন্দিৰ স্হাপন হোৱা বুলি জানিৱ পৰা যায়। বিশ্বাস আছে যে, ইয়ালৈ আহি পাৰ্থনা কৰিলে বা টিলিঙা বান্ধিলে মনৰ আশা পুৰণ হয়। এনেকৈয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ হয়। এই মন্দিৰটো শিৱ পূজাৰ পীঠ স্হানৰ দৰে হৈ পৰিছে।
কাৰণ এই গছ ডালৰ তলতে হেনো শিৱ লিংগ আছিল।
টিলুঙা মন্দিৰ// তিনিচুকীয়া// ইয়ালৈ আহি টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়।
#মন্দিৰ
#২০২৪
#mandir
#tinisukia
#tilingamandir
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: