দুজন অসমীয়া যুৱকৰ এক অভিনৱ প্রচেষ্টা আখৰ AI,জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ সৈতে ‘বিশেষ আধাঘণ্টা’
Автор: Pratidin Time
Загружено: 2025-12-05
Просмотров: 162
অসমীয়া ভাষাৰ কাৰিকৰীগত বিষয়ত এক বৈপ্লৱিক পৰিৱৰ্তন
এতিয়া আপুনি মোবাইল ফোনত সহজ কী-পেড বিচাৰি হাহাকাৰ কৰিব নালাগে
আপুনি কৈ যাওক আৰু মোবাইলত নিজে টাইপ হৈ যাব আপুনি কোৱা কথা
দুজন অসমীয়া যুৱকৰ এক অভিনৱ প্রচেষ্টা আখৰ AI
কাব্যনীল তালুকদাৰ আৰু ইন্দ্রনীল তালুকদাৰৰ উদ্ভাৱনে সৃষ্টি কৰিছে খলকনি
জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ সৈতে ‘বিশেষ আধাঘণ্টা’
#PratidinTime #AssamNews #Assam #assameselanguage
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: