দুলীয়াজানৰ সুন্দৰ দৃশ্যৰ লগতে চাহৰ লগত খোৱা ৰেচিপি।
Автор: Rita Hazarika Das
Загружено: 2020-08-21
Просмотров: 1636
অইল নগৰী অসমৰ এখন সুন্দৰ ঠাই দুলীয়াজান বিশ্বৰ সকলোৱে সম্ভৱত চিনি পাই। ভাৰতৰ বিভিন্ন ভাষাৰ আৰু জাতিৰ সকলো মানুহেই ইয়াত জনবসতি পূৰ্ণ হৈ আছে সেয়ে এই খন চহৰক মিনি ভাৰত বুলিও কোৱো হয়। তৈল্যনগৰী দুলীয়াজান এখন পৰিস্কাৰ ঠাই য'ত বিদেশৰ প্ৰায় ভাগেই মানুহ আহি মনোমুগ্ধ হৈ পৰে । ভাৰতৰ বাহিহৰ বহু কৰ্মচাৰী আহি চাকৰি সুত্ৰে বসবাস কৰি আছে বৰ্তমানেও।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: