📌 সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ কি কি ঘোষণা?
Автор: News Live
Загружено: 2026-01-16
Просмотров: 19596
📌'প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বা নৃত্যত অংশ লোৱা প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ'ব ২৫ হাজাৰকৈ টকা'
📌 'শিল্পীসকলক প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকক প্ৰদান কৰা হ'ব ৫০ হাজাৰকৈ টকা'
📌 'অংশগ্ৰহণকাৰী শিল্পীসকলক SKILL CERTIFICATE, PERFOMANCE CERTIFICATE প্ৰদান কৰা হ'ব'
📌 সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ এই ঘোষণা
📌 সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ হাজাৰ শিল্পীয়ে অংশ লব এই বৰ্ণিল নৃত্য কাৰ্যসূচীত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: