অৱশেষত প্ৰত্যাৱৰ্তন হ’ল কৃষ্ণগুৰুৰ
Автор: NKTV PLUS
Загружено: 2025-06-27
Просмотров: 99471
অৱশেষত প্ৰত্যাৱৰ্তন হ’ল কৃষ্ণগুৰুৰ
বিতৰ্ক, অভিযোগ, সমৰ্থন সকলো সামৰি বিশেষ অনুষ্ঠান
১৯৭৪ চনত সৰ্থেবাৰীৰ ন-সত্ৰত স্থাপিত হৈছিল কৃষ্ণগুৰু সেৱাশ্ৰম
প্ৰায় ডেৰ কোটি ভক্তৰে পৰিবেষ্টিত কৃষ্ণগুৰু সেৱাশ্ৰম
অসমৰ পৰিসীমা ভেদ কৰি বহু ঠাইলৈকে বিয়পি পৰিছে কৃষ্ণগুৰুৰ বিশ্বাস
দিল্লী, ওড়িশা, বৃন্দাবন, এলাহাবাদতো শাখা সেৱাশ্ৰম
বিহাৰ, মেঘালয়, অৰুণাচলতো আছে শাখা সেৱাশ্ৰম
২০১৭ চনত প্ৰয়াণ ঘটিছিল কৃষ্ণগুৰুৰ
এতিয়া আশ্ৰমৰ গুৰুৰ দায়িত্ব পালন কৰিছে ‘গুৰুকৃষ্ণ’ প্ৰেমানন্দই
গুৰুপত্নী কুন্তলা পাটোৱাৰী গোস্বামীক ভক্তই সম্বোধে ‘আই’ বুলি
শেহতীয়াকৈ পৰিয়াল সহিতে বিদেশ ভ্ৰমণলৈ গৈছিল গুৰু প্ৰেমানন্দ
বিদেশ ভ্ৰমণ কালত ‘গুৰু’ৰ পোছাক-পৰিচ্ছদক লৈ হৈছিল চৰ্চা
ধুতি পিন্ধা মানুহজনে লংপেণ্ট-ছাৰ্ট পিন্ধাক লৈ প্ৰশ্ন বহুতৰ
অগণন ভক্তই সেৱা কৰা মানুহজনে কেৱল ‘বিলাস’হে কৰা বুলিও হৈছিল চৰ্চা
শংকৰ, মাধৱৰ উপৰি অসমত আন কোনো ‘গুৰু’ প্ৰাসংগিক নে?
সামাজিক মাধ্যমত সৰৱ চৰ্চা, একাংশৰ বাবে কৃষ্ণগুৰু ‘ভগৱান’
ষ্টুডিঅ’ত বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰা
ষ্টুডিঅ’ত গৱেষক ছাত্ৰ, যুৱ বিশ্লেষক ত্ৰিদীব ভাগৱতী
পাৰ্থ প্ৰতিম শৰ্মাৰ সৈতে ‘কৃষ্ণগুৰুৰ প্ৰত্যাৱৰ্তন’
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: