Bamboo shoot pickle and dry bamboo shoot | বাঁহ গাজৰ আচাৰ আৰু শুকান খৰিচা | Rupanjali Goswami |
Автор: Rupanjali Goswami
Загружено: 2021-07-23
Просмотров: 679
থলুৱা খাদ্য বাঁহ গাজৰ আচাৰ আৰু শুকান খৰিচা কেনেকৈ বনাই তাৰে পদ্ধতি আজি মই আগবঢ়ালোঁ। মই এই videoটো june মাহত কৰা বাবে বৰষুণৰ বতৰটো হে পালো। আপোনালোকে এই আচাৰ বা খৰিচা শাওন মাহত কৰিলে ভাল হ'ব।
.
বাঁহ গাজৰ খৰিচা বসন্তৰ দৰে বেমাৰবোৰত খালে উপকাৰ হয়। খৰিচা মাছৰ লগত, দাইলৰ লগত আৰু যিকোনো তৰকাৰীৰ লগত আপোনাৰ ৰুছি অনুযায়ী খাব পাৰে।
.
.
.
#bambooshoot #pickle #drybambooshoot #traditional #Rupanjaligoswami
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: