টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত অজাপৰ যোগদান কাৰ্যসূচী
Автор: Pratidin Time
Загружено: 2025-12-21
Просмотров: 255
টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত অজাপৰ যোগদান কাৰ্যসূচী। বিজেপিৰ সংগ এৰি AJPত যোগদান নিলোফাৰ ৰহমানৰ। বিজেপিয়ে লোৱা স্থিতিত অসন্তুষ্ট হৈ দল ত্যাগ ৰহমানৰ। ‘কা’ সমৰ্থন কৰি বিজেপিয়ে লোৱা স্থিতিত অসন্তুষ্ট নিলোফাৰ ৰহমান। বিজেপিক উৎখাতৰ স্বাৰ্থত বিৰোধী ঐক্যৰ কথা ক’লে লুৰীণজ্যোতি গগৈয়ে।
#PratidinTime #AssamNews #assam #Teok #AJP #lurinjyotigogoi
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: