লালমাটি দহলাপাৰাত অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনত উপস্থিত থাকি তেওঁ লোকৰ কলাকৃষ্টিসমূহ উপভোগ কৰিবলৈ
Автор: D NEWS 24
Загружено: 2024-01-29
Просмотров: 3386
লালমাটি দহলাপাৰাত অনুষ্ঠিত সদৌ অসম কোচ সন্মিলনত উপস্থিত থাকি তেওঁ লোকৰ কলাকৃষ্টিসমূহ উপভোগ কৰিবলৈ পায় আমি অতিকৈ আনন্দিত।মান কাছাৰ, লক্ষীমপুৰ আদি অসমৰ বিভিন্ন ঠাইৰ কোচ সম্প্ৰদায়ৰ লোকসকলৰ উপস্থিতিয়ে সন্মিলনখন সাফল্য মণ্ডিত কৰাৰ লগতে আমাৰ এই ভিতৰুৱা অঞ্চলটোৰো মৰ্যদা বৃদ্ধি কৰিলে। ইমান সুন্দৰকৈ ৩৫ তম যৌথ বাৰ্ষিক অধিৱেশনখন আয়োজন কৰাৰ বাবে উদ্যোক্তাসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কোচ সম্প্ৰদায়ে অনাগত দিনত সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধনেৰে যাতে বাকী জাতি জনজাতিৰ লগত সমানে ফেৰমাৰি আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰিলোঁ 🙏
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: