আজি নিশাৰে পৰা ১৫ দিনৰ বাবে বন্ধ থাকিব চানমাৰি উৰণ সেঁতুৰ এটা ট্ৰেক
Автор: Pratidin Time
Загружено: 2026-01-24
Просмотров: 225
আজি নিশাৰে পৰা ১৫ দিনৰ বাবে বন্ধ থাকিব চানমাৰি উৰণ সেঁতুৰ এটা ট্ৰেক
চানমাৰিৰ পৰা জু-তিনিআলিলৈ অহা ট্ৰেক খোলা থাকিব আৰু কৰ্মাচৰ পইন্টৰ পৰা চানমাৰি অভিমুখে যোৱা ট্ৰেক বন্ধ থাকিব ১৫ দিনৰ বাবে
পুনৰ ১৫ দিনৰ পাছত চানমাৰিৰ পৰা জু-তিনিআলিলৈ অহা ট্ৰেক বন্ধ ৰাখি খুলি দিয়া হ'ব কৰ্মাচৰ পইন্টৰ পৰা চানমাৰি অভিমুখে যোৱা ট্ৰেক
সংবাদমেল সম্বোধন কৰি এই কথা ক'লে গুৱাহাটী যান বাহন আৰক্ষীয়ে...
#PratidinTime #AssamNews #assam #guwahati #GuwahatiTrafficPolice
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: