ধুনু গুনু পিগাৰী ফাৰ্মৰ সফলতাৰ কাহিনী | success story of dhunu gunu piggery farm
Автор: UPARJAN
Загружено: 2022-03-26
Просмотров: 214308
ধুনু গুনু পিগাৰী ফাৰ্মৰ সফলতাৰ কাহিনী success story of dhunu gunu piggery farm
এখন টিৰ্পালৰ তলত মাত্ৰ সাতটা গাহৰিয়ে ২০১৬ যনত এখন ফাৰ্ম আৰম্ভ কৰিছিল এই ব্যক্তিজনে । নিজৰ সন্তানৰ নামেৰেই এই ফাৰ্মখনৰ নাম দিছিল “ধুনু-গুণো পিগাৰী ফাৰ্ম ৷
আজি ধুনু গুণো ফাৰ্মত গাহৰি সংখ্যা ৬০০ৰো অধিক ৷ বছৰেকত বিক্ৰী কৰে ১ কোটি ২০ লাখ টকাৰ গাহৰি ৷
উত্তৰ লখিমপুৰৰ লামু গাঁৱৰ ৰতন গগৈ আৰু তেওঁৰ পৰিয়ালৰ কৃচ্ছ্ৰ সাধনাৰ ফল এয়া ৷
সাতটা গাহৰিৰ পৰা পাঁচবছৰত ছশ গাহৰিৰে ভৰা ফাৰ্ম গঢ়ি তোলা ৰতন গগৈৰ পৰা জানো আহক সফলতাৰ আঁৰৰ কাহিনী ৷
uparjan.in
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: