Assam Draft Voter List 2025 Published | নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ | How to check Your name |
Автор: জনমত-janamat
Загружено: 2025-12-28
Просмотров: 28458
নমস্কাৰ বন্ধুসকল, 'জনমত-Janamat' চেনেললৈ স্বাগতম। কালি অসমত ২০২৫ বৰ্ষৰ নতুন খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে। আপোনাৰ নাম এই তালিকাত আছে নে নাই বা কিবা ভুল থাকিলে কেনেকৈ শুধৰাব পাৰিব, সেই সকলোবোৰ তথ্য এই ভিডিঅ'টোত বিতংকৈ জনোৱা হৈছে।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনাৰ গাঁও বা চহৰৰ নতুন তালিকাখন কেনেকৈ ডাউনলোড কৰিব লাগে জানি লওক।
📰 ভিডিঅ'টোত থকা মূল বিষয়সমূহ:
✅ অসমৰ নতুন খচৰা ভোটাৰ তালিকা ২০২৫
✅ তালিকাখনত আপোনাৰ নাম কেনেকৈ পৰীক্ষা কৰিব?
✅ ভোটাৰ কাৰ্ডৰ নতুন নিয়ম আৰু আপডেট
✅ নাম কৰ্তন বা নতুনকৈ নাম ভৰ্তিৰ পদ্ধতি
⏱️ Video Timestamps:
0:00 - Introduction (পৰিচয়)
1:30 - অসম ভোটাৰ তালিকা ২০২৫ আপডেট
5:00 - অনলাইনত নাম কেনেকৈ চাব? (Step-by-Step)
10:00 - নতুন ভোটাৰৰ বাবে কি নিয়ম?
18:14 - Conclusion (সামৰণি)
🔎 Cover Topics:
Assam Voter List 2025 download
How to check name in Assam Voter List
Draft Voter List Assam 2025 news
Electoral Roll Assam 2025
২০২৫ চনৰ ভোটাৰ তালিকা
Assam Election Commission update
Janamat News today.
📧 Business Enquiry: [email protected]
🔗 Subscribe for daily updates: / @জনমত-janamat
#AssamVoterList2025 #VoterListAssam #AssamNews #DraftVoterList #Janamat #ElectionUpdateAssam #২০২৫ভোটাৰতালিকা #TodayAssamNews #AssamPolitics
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: