সদনৰ মজিয়াত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য
Автор: TIME8 News
Загружено: 2025-11-25
Просмотров: 7091
'জুবিন গাৰ্গক হত্যা কৰা হৈছিল'
'ফেচবুক লাইভৰ জড়িয়তে সেইবাবেই মই ইয়াক হত্যা বুলি উল্লেখ কৰিছিলো'
'ইয়াক লৈ কোনো সন্দেহ নাই'
'জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে বাকীকেইজনে সহযোগিতা কৰিছে'
'ইয়াৰ বাবেই ৪ৰ পৰা ৫ জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে'
'জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে'
'জুবিনক মৃত্যুৰ আগতে অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল'
'SIT-এ প্ৰথমতে ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বীট দিব'
'চাৰ্জশ্বীট দিয়াৰ পিছতে আন ঘটনাৰ ওপৰত চলিব তদন্ত'
'ক'ভিডৰ আগৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ কৰা হৈছিল'
'প্ৰায় ৮ বছৰ ধৰি অব্যাহত আছিল ষড়যন্ত্ৰ'
'ইয়াৰ প্ৰমাণ আমি লাভ কৰিছো'
'জুবিন গাৰ্গক জীৱিতকালত এজনেও যদি অন্যায় কৰিছে তেঁও সাৰি যাব নোৱাৰিব'
সদনৰ মজিয়াত ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: