Exploring New Year Eve on Nagaon Town | ডিচেম্বৰৰ নিশাৰ নগাঁও চহৰৰ পৰিৱেশ | Samirans vlogs
Автор: Samiran's Vlogs
Загружено: 2026-01-01
Просмотров: 50
Welcome to my new vlog! In this video, I take you through the vibrant streets of Nagaon Town on the night of 31st December. Witness the beautiful New Year celebrations, the midnight fireworks, and the active role of Nagaon Police ensuring safety with breath analyzer tests and patrolling. Join us as we welcome 2026 with joy and responsibility!
মোৰ নতুন এটা ভ্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ’টোত মই আপোনালোকক লৈ গৈছোঁ ৩১ ডিচেম্বৰৰ নিশাৰ নগাঁও চহৰৰ এক সুন্দৰ যাত্ৰালৈ। কেনেকৈ নগাঁৱৰ ৰাইজে নতুন বছৰক আদৰিলে আৰু নগাঁও আৰক্ষীয়ে সুৰক্ষিত উদযাপনৰ বাবে কেনেধৰণে তহলদাৰী তথা ব্ৰেথ এনালাইজাৰ টেষ্ট (Breath Analyzer Test) কৰিলে, তাৰ এক চমু আভাস ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব।
#nagaon #31st_december #Samirans_Vlogs #newyear2026 #Nagaontown #assam #Vlog #newyearcelebration #assamesechannel #happynewyear
Thanks for watching Samirans_Vlogs.
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: