Zubeen Garg Golden collection | Zubeen Garg old song | Zubeen Garg Assamese song | Audio jakebox
Автор: সংস্কৃতিৰ দিগন্ত Culture's Horizon
Загружено: 2024-12-13
Просмотров: 118156
Zubeen Garg Golden collection | Zubeen Garg old song | Zubeen Garg Assamese song | Audio jakebox
Download all song
https://oncehelp.com/786444
https://oncehelp.com/786444
https://oncehelp.com/786444
https://oncehelp.com/786444
সুন্দৰ এটি কংসালয় চাবলৈ তলৰ লিংকত click কৰক -
• কংসৰ দুৰ্দান্ত অভিনয় । শ্ৰী শ্ৰী কৃষ্ণৰ ৰ...
Time line
0:00 পাখি মেলি দিয়ে
4:43 ৰাতিপুৱা শুই উঠি
10:28 মতলিয়া বতাহে
15:40 উজনিৰে ৰেল খনি
19:36 মেঘালী চুলি তাৰি
Lyrics of pakhi male diya
পাখি মেলি দিয়ে
মোৰ গানে আজি
ছায়া হৈ ৰৈ তাৰ
আহে নামি
হালধীয়া ৰং কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নিবিড় নয়ন
বুজাব খুজি
প্ৰশান্ত সাগৰ সমান
মৰম বিচাৰি
পাখি...
Lyrics of Rati puwa Hui uthi...
ৰাতিপুৱা শুই আহি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িযাওঁতেই যায় দিন দূৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘূৰি আহি একো নেপাওঁ বিচাৰি
হোম-ৱৰ্ক কৰি ভাগৰি
বিছনাৰ কোলাকেই লওঁ সামৰি
আমি যেন যন্ত্ৰ যন্ত্ৰ
একো একোটা যন্ত্ৰ
ৰাতিপুৱা শুই উঠি
চাহত শোহা মাৰি পেপাৰ পঢ়ি
একেই খবৰ একেই ছবি
একেই মৰা-মৰি ঠগা-ঠগি
ন বজাত গা ধুই উঠি
পেট পজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি দিনটো খাটি
আবেলি ঘূৰি আহো চুচৰি
আমি যেন যন্ত্ৰ যন্ত্ৰ
একো একোটা যন্ত্ৰ.....
ৰাতিপুৱা শুই উঠি
বাগানত মৰ্নিং ৱাক হাতত কফি
এ.চি গাড়ীত বিজনেছ কৰি
দুটামান চহী মাৰি হওঁ
হয় গধূলি ক্লাবৰ সময়
হাতত হুইস্কি কাষত লোকৰ ঘৈনি
ৰঙা নীলা ৰঙৰ পোহৰ
ঢলং পলং হৈ ঘৰৰ উভতি
আমি যেন যন্ত্ৰ যন্ত্ৰ
একো একোটা যন্ত্ৰ
ৰাতিপুৱা শুই উঠি
হাত ধৰা ধৰি বুঢ়া-বুঢ়ী
মাতিবলে কোৰো সময় নাই
চাহ টুপিলা থাকো আশা পালি
বুঢ়া-বুঢ়ীৰ বুজা বুজি
জীৱনযোৰা মৰম থাকো সাৱতি
মায়া এৰি মোহ এৰি
এৰি দিনৰ স্মৃতি সুঁৱৰি
আমি যেন যন্ত্ৰ
একো একোটা যন্ত্ৰ..... ।।
Lyrics Motoliya botahe
মতলীয়া বতাহে
উৰি আহি ক'লে যে
পাহাৰৰে চূড়াকে
মেঘে মেঘে
যাচে হিয়াৰে আদৰ।
জুৰিটিয়ে বেগেৰে
শিলে শিলে জপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা
প্ৰীতিৰ নাই ভাগৰ
আবেগৰ লাগি বতাহত
উৰে চৌদিশে
মই কিনো কৰো
তুমি নাই
মোৰে কাষতে
মই আছো গুপনে
তোমাৰে যে ভাৱতে
উমলিচু প্রতিপল
জাগা হৃদয় প্ৰেমৰণত
বৰণীয়া ফুলনি
আবাহনী দূৰণি তালে তালে নাচে পখিলাই মোৰো বুকু কপিচে উলাহতে নাচিচে কাষৰতে তুমি দি চেনাই মই আছো তুমাৰে দুচকুৰে কাহিতে চাই লোৱা দুচকু
মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ। জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায়
শুনা শুনা
প্ৰীতিৰ নাই ভাগৰ
ভাৱনাৰে ফুলনিত নুচুৱাই আজুৰি কুৱলিৰে মায়া আতৰাই হৰিনি ৰূপকে লয় চেনেহী প্রেয়হী হয় দেখা দিয়া হিয়া শীতলাই মই আছো তোমাতেই আছিলো প্রতিমে তোমাৰ মনত নিতে পোহৰাই।
মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাচে হিয়াৰে আদৰ। জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ।
Lyrics - Ujonire Rail Khoni
উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
দেখিলোঁ তোমাকে মই
দেহতে লাগিলে জুই
আৱেশে আৱেশে ৰৈ
নাথাকো আৰু শুই
লাগিব লাগিবই তোমাকে
ঝক ঝক ঝক ৰে’ল চলে
চলে মোৰ বুকুতে
ধুম ধুম ধুম ধুমুহা মোৰ
মনতে বলিছে
পলাশেৰে ৰঙা
পলাশী হিয়া মোৰ
কান্দি শুনা চোন
সুৰ এটি জুৰ জুৰ
পলাশৰে ৰঙে
আমনি হে আনে
ফাগুনী মনত কিনো
জিৰণি নিদিয়ে
বন্ধ মৰমে ৰৈ
কেঁকুৰী কাটিব
থাপি থুপী ৰাখিলেই
ৰোগে ধৰিব
খুলি দিয়া গাঁঠি হিয়াৰে
উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
নিমাতি বুকুয়ে সহিব হে জানে
শুনিব খোজে মাথোঁ লাহেকৈ নকবানে
এচেৰেঙা ৰ’দে
পিৰীতি জগাই যায়
বলিয়া মেঘৰ চোন
এধান মানিও নাই
সাঁথৰ কথা বোৰ
নুবুজো নুবুজো মই
খুলি ভাঙি এটি বাৰ
কৈ দিলেই হয়
আকুলি বাকুলি হিয়া যে
উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
উজনিৰে ৰে’ল খনি বুকুতে চলিছে
নামনিৰে ধুমুহা মোৰ মনতে বলিছে
দেখিলোঁ তোমাকে মই
দেহতে লাগিলে জুই
আৱেশে আৱেশে ৰৈ
নাথাকো আৰু শুই
লাগিব লাগিবই তোমাকে...........
Lyrics Meghali Suli Tari
তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলী
ৰদে হাহে
ফুল ফুলে
কথা কলে
তুমি চুলেই যে বসন্ত
ধুমুহাওঁ যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টি আপৰুপ অনন্ত
মেঘালী চুলি তাৰি
ঢৌ খেলে ৰদালি
হাহিতে মিচিকণি
সোণাৰুৰে পাহি
খজল খজল চাৱনি
তৰাৰে জিতিকণি
সেন্দুৰীয়া ওঁঠতে
কথাৰে নিচুকণি
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পতাত আঁকি তোমাক চিকুণ
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পতাত আঁকি তোমাক চিকুণ
তোমাৰ মৰমত
জ্বলি ৰম সকলো হেৰুৱাই
তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলী
ৰদে হাহে
ফুল ফুলে
কথা কলে
তুমি চুলেই যে বসন্ত
ধুমুহাওঁ যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টি আপৰুপ অনন্ত
পুৱা দুচকু মেলি
এপল দুপল আবেলি
নিজন নিজন গধূলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালী
ভৰি আছে পদূলি
তুমি গৰকি গলে
সিও হ’ব সোণালি
এখোজ দুখোজ তুমি নিছেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এখোজ দুখোজ তুমি নিছেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এতিয়া দূৰ আকাশ
পৰেহি দুবাহু পিছলি
তুমি….
চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলী
ৰদে হাহে
ফুল ফুলে
কথা কলে
তুমি চুলেই যে বসন্ত
ধুমুহাওঁ যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টি আপৰুপ অনন্ত।
#zubeengarg #zubeen_garg #assameseoldsong #zubeengargmusic #zubeengargnewbihusong
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: