Популярное

Музыка Кино и Анимация Автомобили Животные Спорт Путешествия Игры Юмор

Интересные видео

2025 Сериалы Трейлеры Новости Как сделать Видеоуроки Diy своими руками

Топ запросов

смотреть а4 schoolboy runaway турецкий сериал смотреть мультфильмы эдисон
dTub
Скачать

Moha rakh Kamalabari Satra Rakh | Majuli Rakh mahotsav | Sri Krishna Raas lila | Majuli Rakh 2025

Автор: Fagun fagun New

Загружено: 2025-11-05

Просмотров: 161

Описание:

ৰাস লীলা মাজুলী | Sri Krishna rakh leela | Majuli Rakh | Rakh | Sri Krishna Raas lila majuli 2025

ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী,ভোগপুৰ আদি সত্ৰলৈ ঘটে।

শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ'ব। বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয়। লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয়। ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য-কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে। শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূজা আৰু ৰাসলীলাৰ অভিনয় কৰা হয়। এই সত্ৰত ৰাসলীলৰাসোৎসৱ হৈছে ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱান শ্ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্‌যাপিত হয়।

💌LIKE | SHARE | COMMENT | SUBSCRIBE💌



#shortsvideos #rakha #virial #everyone #majuli
#Majuli, #Kamalabari, #Assam, #BrahmaputraRiver, #CulturalHeritage, #TravelVlog, #IndianTraditions, #EcoTourism, #AdventureInAssam, #NatureLovers, #ExploreIndia, #HiddenGems


majuli rakh
majuli rakh 2025
majuli rakh lila
majuli rakh lila komala kamalabari
majulirakh 2025
majuli rakh song
majuli rakh 2025 live
majuli rakh lila 2025
majuli rakh live
majuli rakh status
majuli rakh 2025

Moha rakh Kamalabari Satra Rakh | Majuli Rakh mahotsav | Sri Krishna Raas lila | Majuli Rakh 2025

Поделиться в:

Доступные форматы для скачивания:

Скачать видео mp4

  • Информация по загрузке:

Скачать аудио mp3

Похожие видео

Zubeen Garg Old Bihu Song | জুবিন গাৰ্গৰ কেইটামান পুৰণি বিহুগীত |  Zubeen Garg | Jukebox | #2025

Zubeen Garg Old Bihu Song | জুবিন গাৰ্গৰ কেইটামান পুৰণি বিহুগীত | Zubeen Garg | Jukebox | #2025

ঐতিহাসিক শ্রীশ্রী দক্ষিণ পাট সত্রৰ মহাৰাস। সকলোৰে এই দৃশ্য দেখাৰ সুভাগ্য  নাথাকে Dakhinpat satra

ঐতিহাসিক শ্রীশ্রী দক্ষিণ পাট সত্রৰ মহাৰাস। সকলোৰে এই দৃশ্য দেখাৰ সুভাগ্য নাথাকে Dakhinpat satra

Assamese Morning News Today 09 December | Assamese News Today

Assamese Morning News Today 09 December | Assamese News Today

Самая Красивая Музыка В Мире 🌿 Послушайте Эту Музыку И Вам Станет Легче

Самая Красивая Музыка В Мире 🌿 Послушайте Эту Музыку И Вам Станет Легче

পুৰুষ গোপী সকলৰ দ্বাৰা অভিনিত মধ্য অসমৰ জনপ্ৰিয় ভাইৰেল মহাৰাস খন আগবঢ়ালোঁ🙏 #rashlila #radhakrishna

পুৰুষ গোপী সকলৰ দ্বাৰা অভিনিত মধ্য অসমৰ জনপ্ৰিয় ভাইৰেল মহাৰাস খন আগবঢ়ালোঁ🙏 #rashlila #radhakrishna

МОЖНО БОЛЬШЕ НЕ БОЯТЬСЯ БУДУЩЕГО Разум молодежи другой ТАТЬЯНА ЧЕРНИГОВСКАЯ

МОЖНО БОЛЬШЕ НЕ БОЯТЬСЯ БУДУЩЕГО Разум молодежи другой ТАТЬЯНА ЧЕРНИГОВСКАЯ

Tukari Geet Assamese | Hori Naam | deh bisar geet | Voktimulok geet zubeen garg full album 2026

Tukari Geet Assamese | Hori Naam | deh bisar geet | Voktimulok geet zubeen garg full album 2026

যান্ত্ৰিকতাৰ ধামখুমীয়াত অতিষ্ঠ হৈছে নেকি আপুনি?

যান্ত্ৰিকতাৰ ধামখুমীয়াত অতিষ্ঠ হৈছে নেকি আপুনি?

ৰুক্মিণীয়ে নিৰ্মাণ কৰা মূৰ্তি আৰু 'বাসুদেৱ থান'

ৰুক্মিণীয়ে নিৰ্মাণ কৰা মূৰ্তি আৰু 'বাসুদেৱ থান'

The Prime Show | Assam Election 2026 : ‘মিঞা অধ্যুষিত অঞ্চলত কংগ্ৰেছত প্ৰাৰ্থিত্বৰ দৰ-দাম হৈছে’

The Prime Show | Assam Election 2026 : ‘মিঞা অধ্যুষিত অঞ্চলত কংগ্ৰেছত প্ৰাৰ্থিত্বৰ দৰ-দাম হৈছে’

মৰমৰ যোৰহাট | MOROMOR JOTHAT | A Documentary song on Jorhat by LAKSHI SARMAH

মৰমৰ যোৰহাট | MOROMOR JOTHAT | A Documentary song on Jorhat by LAKSHI SARMAH

Новости Ассама сегодня/Утренние новости Ассама 8 декабря/Новости Химанты Бисвы Шармы/Срочные ново...

Новости Ассама сегодня/Утренние новости Ассама 8 декабря/Новости Химанты Бисвы Шармы/Срочные ново...

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #19

Расслабляющая музыка, исцеляющая от стресса, беспокойства и депрессивных состояний, исцеляет #19

ঐতিহাসিক আউনীআটী সত্ৰ, মাজুলী// লাচিতৰ হেংদাং, পিতলৰ খৰাহী, হাতী দাঁতৰ পাটী সকলো চাও আহক।।

ঐতিহাসিক আউনীআটী সত্ৰ, মাজুলী// লাচিতৰ হেংদাং, পিতলৰ খৰাহী, হাতী দাঁতৰ পাটী সকলো চাও আহক।।

ৰজাই শাসন কৰে,সেৱকে সেৱা কৰে আৰু আমি সেৱক হয়

ৰজাই শাসন কৰে,সেৱকে সেৱা কৰে আৰু আমি সেৱক হয়

Jorhat Competition Vauna||যোৰহাট কৰঙা সদৌ অসম ভিত্তিত  ভাওনাৰ প্ৰতিযোগিতা|| নাট মৎস অৱতাৰ

Jorhat Competition Vauna||যোৰহাট কৰঙা সদৌ অসম ভিত্তিত ভাওনাৰ প্ৰতিযোগিতা|| নাট মৎস অৱতাৰ

MOINAPORIA NAMGHAR // নৃসিংহ মহাপ্ৰভূ খ্যাত ,মইনাপৰীয়া নামঘৰ//কথা/সুৰ/কণ্ঠ: জিন্টু দত্ত

MOINAPORIA NAMGHAR // নৃসিংহ মহাপ্ৰভূ খ্যাত ,মইনাপৰীয়া নামঘৰ//কথা/সুৰ/কণ্ঠ: জিন্টু দত্ত

লক্ষীমপুৰ বগীনদী ঠাইখন আৰু টাউন | Boginadi Lakhimpur Town and Market

লক্ষীমপুৰ বগীনদী ঠাইখন আৰু টাউন | Boginadi Lakhimpur Town and Market

THE MOST BEAUTIFUL FUSION!! Flamenco, Accordion & Violin in Music That Touches the Soul

THE MOST BEAUTIFUL FUSION!! Flamenco, Accordion & Violin in Music That Touches the Soul

“ПОЧЕМУ Я ДОЛЖНА ГОРДИТЬСЯ ПУШКИНЫМ?” ЭЙДЕЛЬМАН про национальную гордость, историю и справедливость

“ПОЧЕМУ Я ДОЛЖНА ГОРДИТЬСЯ ПУШКИНЫМ?” ЭЙДЕЛЬМАН про национальную гордость, историю и справедливость

© 2025 dtub. Все права защищены.



  • Контакты
  • О нас
  • Политика конфиденциальности



Контакты для правообладателей: [email protected]