MOINA KOLIJA | NAYANA HANDIQUE | ANUPAM KONWAR | SHANTANU BARUAH | New Assamese Song 2024
Автор: Nayana Handique
Загружено: 2024-04-21
Просмотров: 7139
Moina Kolija
Singer : Nayana Handique
Lyrics & Composition : Shantanu Baruah (Kutikai)
Music : Anupam Konwar
Mix & Master : Pinku Das
Guitar : Kaushik Saikia
Flute : Anjan Medhi
Studio : RED AV (Guwahati)
MUA : Abhinas Das
Photography : Bitupon Talukdar
Lyrical Video : Bitupan Nath
Special Thanks :
Momi Handique (Mother)
Bito Handique (Father)
Priyam Handique
RituRaaj
Meghali Barakha
Dipanwita Deka
Junmoni Phukan
Kanok Gohain
Biplab Jyoti
Bhirab Gogoi
Biswajyoti Gogoi
Kaberi Moran
Merina Handique
Kalpajit Gogoi
Madhujya Handique
Bolin Handique
Binita Duwarah
Lyrics :
দেখি মৰম লগা উজনি গাঁৱৰ জাকৈ বোৱা ছোৱালী,
জাকৈ বোৱা ছোৱালী।
জাকে পাতি পাতি বৰবিলত মাছে মাৰোং আবেলি,
মাছে মাৰোং আবেলি।
তোকে দেখি মাৰোং ফুৰুলি কিৰিলি,
তোকে দেখি হওঁ আউলি বাউলি,
হ'লেও হ'মে মই তোৰ কাৰণে মৰম লগা পাগলী
মৰম লগা পাগলী জনী ।
পৰি দিম ভৰা লুইতত নাভাবিবি ভুলটো
মই নহয় দেই আনৰ দৰে আলসুৱা জোন,
গুচি যাম দেশ এৰি থৈ নেদেখিবি এবাৰো
মই নহ'লে তোৰ গৰাকী হ'ব বাৰু কোন,
কি দেখিছ মোৰ চৰিত্ৰত কিনো আছে কম
কৈ দিলেই তই সলাই পেলাম বেয়া কণ মোৰ আজি
ভালেই কৰি ল'ম,
মইনা কলিজা তই নকৰিবি খং,
মইনা কলিজা তই নকৰিবি খং।
ইমান মৰম লগা অ' কলিজা কেঁচাসোণ
তোক কিন্তু মানিছো,
চালে চকুৰোৱা অ' কলিজা কেঁচাসোণ
তোকেই প্ৰথম দেখিছো,
আনৰ আগত তোৰ কথাবোৰ বাৰে বাৰে শুনিছো
ভাল লাগিছে সেই বাবেই তোক
লাজে লাজে সুধিছো
আছে নেকি কোনোবা
আছে নেকি কোনোবা হ'ব লগা তোৰ?
আছে নেকি ক'ৰবাত মৰম দিয়া তোক
আছে নেকি কোনোবা হ'ব লগা তোৰ।
মইনা কলিজা তই নকৰিবি খং
মইনা কলিজা তই নকৰিবি খং।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: