জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বীট দাখিল,চাৰ্জশ্বীট সন্দৰ্ভত প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ ।
Автор: Pratidin Time
Загружено: 2025-12-12
Просмотров: 1354
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বীট দাখিল,চাৰ্জশ্বীট সন্দৰ্ভত প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ । আদালতত চাৰ্জশ্বীট দাখিল কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া।কিন্তু চাৰ্জশ্বীটত উপযুক্ত তথ্য-প্ৰমাণ দিব পাৰিছে নে নাই ? দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তথ্য সন্নিৱিষ্ট হৈছে নে নাই, তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ আছে
#PratidinTime #GauravGogoi #JusticeForZubeenGarg #AssamNews #chargesheet"
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: