বীৰ লাচিত বৰফুকন- নাটক ll যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ DRAMA
Автор: Deep Jonak's Life
Загружено: 2022-12-15
Просмотров: 605
নমস্কাৰ প্ৰিয় দৰ্শক সকল 🙏
আশাকৰো সকলো কুশলে আছে । আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা ০৭/১২/২০২২ত গ্ৰন্থমেলাত প্ৰদৰ্শিত হোৱা আমাৰ বিদ্যালয় অৰ্থাৎ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ নাটকখনে বিদ্যালয় সমূহৰ ভিতৰত শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ।
নাটকখনৰ লগত জড়িত সকলোকে অভিনন্দন জনাইছোঁ 💕অনাগত দিনত আমি তেওঁলোকৰ পৰা ভাল ভাল নাটকৰ লগতে নৃত্য গীত ও উপভোগ কৰিবলৈ পাম ।🙏🙏
পুনৰবাৰ সকলোলৈকে শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো ।
সকলোৱে ভাল হওক ॥🙏
ধন্যবাদ 🙏🙏
Praise the lord ✝
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: