"KARBI GO BACK" এতিয়া বিভক্ত হ'বলৈ সময় নাই NEW Song 2026
Автор: kathar Bijoy
Загружено: 2026-01-07
Просмотров: 4890
#newkarbisong
#happynewyear2026
#karbimusic
Composed by katharBijoy
এতিয়া বিভক্ত হ'বলৈ সময় নাই
lyrics
Ho ho ho , ho ho ho
এতিয়া বিভক্ত হ'বলৈ সময় নাই
আমি ঐক্যবদ্ধ হ'ব লাগিব হল। 2×2
Karbi Go Back" শব্দটো
কাৰ্বি লোকসকলক
কোৱা প্ৰথমবাৰৰ বাবে শুনিছোঁ মই
নিজৰ মাতৃভূমিতেই " karbi go back"
বুলি কোৱা শুনিছোঁ মই
ই এটা চিন্তাৰ বিষয়।
এতিয়া বিভক্ত হ'বলৈ সময় নাই
আমি ঐক্যবদ্ধ হ'ব লাগিব হল। 2×2
আমি সকলো অসমীয়া
মানুহবোৰ সজাক হবলৈ হল।
Amar khilonjia manuh bur
Ostipto nuhu wa hobo .
Karbi khokolok kuwa mani
Khokolu Assomiyak
Kuwa buja ...bo
ঐক্যবদ্ধ হ'ব লাগিব
Khokolu Akhomoya jati
jonogusti Akota hoi
মাত মাতিব লাগিব।
এতিয়া বিভক্ত হ'বলৈ সময় নাই
আমি ঐক্যবদ্ধ হ'ব লাগিব হল। 2×2
Ho ho ho , ho ho ho
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: