Double Standards Exposed: Congress Slams BJP Over Zubeen Justice Rally!
Автор: INC Assam
Загружено: 2025-10-23
Просмотров: 408
পূৰ্বে তাৎক্ষণিক ন্যায়ৰ নামত অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলোৱা বিজেপিয়ে কিয় জুবিনৰ ন্যায়ৰ বাবে অনুৰূপ পদক্ষেপ লোৱা নাই?
বিজেপিয়ে জুবিন গাৰ্গদেৱৰ ন্যায়ৰ বাবে ৰাজপথত নামিছে,তেনেহ'লে জল জীৱন মিচনৰ বিল নোপোৱা ঠিকাদাৰ,চাহ শ্ৰমিকৰ প্ৰতিবাদৰ সময়ত কিয় ৰাজপথলৈ ওলাই নাহে?
জুবিন গাৰ্গদেৱৰ ন্যায়ৰ দাবীত বিজেপিয়ে উলিওৱা সমদলক লৈ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়াৰ।
Доступные форматы для скачивания:
Скачать видео mp4
-
Информация по загрузке: